ETV Bharat / state

বকোত বজ্ৰপাত পৰি কৃষকৰ মৃত্যু - Boko news

বকোত বজ্ৰপাত পৰি মনোৰঞ্জন ৰাভা (৩৪) নামৰ এজন কৃষকৰ কৰুণ মৃত্যু ৷ ।

বজ্ৰপাত পৰি কৃষকৰ মৃত্যু
author img

By

Published : Jul 26, 2019, 6:35 PM IST

বকো,26জুলাইঃ বকোৰ হাহিম লালমাটিত সংঘটিত হৈছে এক অঘটন ৷ পথাৰত কাম কৰিবলৈ যোৱা এজন কৃষকৰ বজ্ৰপাতৰ ফলত হোৱা কৰুণ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত ৷ মৃত্যু হোৱা লোকজনৰ নাম মনোৰঞ্জন ৰাভা ৷ উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰৰ দিনৰ পৰা সন্ধানহীন আছিল লোকজন। আজি পুৱাৰ ভাগত স্থানীয় লোকে পথাৰত প্ৰত্যক্ষ কৰে ব্যক্তিজনৰ মৃতদেহ । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ETV BHARAT ASSAM

Intro:Body:বকোৰ হাহিম লালমাটিত অঘটন। বজ্ৰপাত পৰি এজনৰ কৰুণ মৃত্যু। নিহত লোকজন মনোৰঞ্জন ৰাভা (৩৪)। যোৱা বৃহস্পতিবাৰৰ দিনৰ পৰা সন্ধানহীন আছিল লোকজন। পথাৰত কাম কৰিবলৈ গৈছিল মনোৰঞ্জন ৰাভাই। যোৱা বৃহস্পতিবাৰৰ বিয়লি বৰষুণ মাজত পৰা বজ্ৰপাতত নিহত হয় লোকজন। আজি স্থানীয় লোকে পথাৰত প্ৰত্যক্ষ কৰে মৃতদেহ। ইতিমধ্যে মৰোণোত্তৰ পৰীক্ষা বাবে মৃতদেহ GMCHলৈ প্ৰেৰণ কৰা হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.