ETV Bharat / state

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল বি এম ই - etv bharat assam

আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ হাতে লোটে ধৰা পৰিল কামৰূপ জিলাৰ বকোৰ বি এম ই আনিছুৰ ৰহমান ভূঞা

উৎকোচ লৈ হাতে লোটে ধৰা পৰিল বি এম ই
author img

By

Published : Aug 2, 2019, 12:42 PM IST

বকো, 2 আগষ্ট: আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এজন বি এম ই | উক্ত ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত। আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ হাতে-লোটে আৰক্ষীৰ হাতত আটক হয় বি এম ই জন। আটকাধীন বি এম ই জনৰ নাম আনিছুৰ ৰহমান ভূঞা(২৫)। সোনতলীৰ ৰবিয়াল হুছেইনৰ অভিযোগৰ ভিত্তিত আটক হয় বি এম ই জন। দীৰ্ঘ দিন ধৰি আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ অহা সময়তে ৰবিয়াল হুছেইনৰ পৰাও এশ টকা উৎকোচ বিছাৰে । লগে লগে ৰবিয়াল হুছেইনে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে তেওঁক আটক কৰি বকো থানালৈ লৈ যায় ৷ উল্লেখ্য যে, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া অদিতি গগৈয়ে পূৰ্বেও ৰবিয়াল হুছেইনক সকীয়নি দিছিল ৷

Intro:Body:আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ হাতে লোটে ধৰা পৰিল এজন বি এম ই ৷ এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত। আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ হাতে-লোটে আৰক্ষীৰ হাতত আটক হয় বি এম ই জন। আটকাধীন বি এম ই জনৰ নাম আনিছুৰ ৰহমান ভূঞা(২৫)। সোনতলীৰ ৰবিয়াল হুছেইনৰ অভিযোগৰ ভিত্তিত আটক হয় বি এম ই জন। বিগত দিন ধৰি আধাৰ কাৰ্ডৰ নামত উৎকোচ লৈ অহা সময়তে ৰবিয়াল হুছেইনৰ পৰাও একশ টকা উৎকোচ বিছাৰে । লগে লগে ৰবিয়াল হুছেইনে আৰক্ষীক অবগত কৰে আৰু আৰক্ষীয়ে তেঁওক আটক কৰি বকো থানালৈ লৈ যায় ৷ উল্লেখ্য যে, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া অদিতি গগৈয়ে এনেধৰণৰ অভিযোগৰ পোৱাৰ পিছত ইয়াৰ পূৰ্বেও সকীয়নি দিছিল ৷ জানিব পৰা মতে, বি এম ই জন এন আৰ ছি লগত সংগতি থকা আধাৰ কাৰ্ড বনাই আহিছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.