ETV Bharat / state

বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা

author img

By

Published : Aug 19, 2019, 1:38 PM IST

সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ লোকজনক ৷

বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা
  • বকোৰ টেপচিয়াত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত এজন লোক
  • আহত লোকজনক কমল আনন্দ ঢৰা বুলি চিনাক্ত
  • ই-ৰিক্সা আৰু স্কুটীৰ সংঘৰ্ষত আহত লোকজন
  • বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান লোকজনক
  • বৰ্তমান উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ
  • দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ AS-25L-3619

Intro:Body:বকোৰ টেপচিয়াত ভয়াবহ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু স্কুটীৰ সংঘৰ্ষ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কমল আনন্দ ঢৰা। বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা প্ৰদান। উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাত পতিত স্কুটীখনৰ নম্বৰ AS25-L-3619।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.