বকো, 22 আগষ্ট : বকোৰ ৰূপনগৰ আঞ্চলিক হাইস্কুলত দুষ্কাৰ্য। দুৰ্বৃত্তই নিশা বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহত অংকন কৰিলে ক'লা ৰং। এসপ্তাহ পূৰ্বে ৰং দিয়া হৈছিল গৃহটোত । ইফালে, ১৬ আগষ্টত চোৰে চুৰি কৰিছে বিদ্যালয়ৰ দমকল। সংযোগ বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সেৱাৰ। এই ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বকো আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ । ইতিমধ্যে ঘটনা সন্দৰ্ভত বকো আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহত ক'লা ৰং - তদন্ত আৰম্ভ
দুৰ্বৃত্তই নিশা বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহত অংকন কৰিলে ক'লা ৰং । ১৬ আগষ্টত চুৰি হৈছে বিদ্যালয়ৰ দমকল । বিদ্যালয়খনত উপস্থিত হৈ আৰক্ষীৰ তদন্ত আৰম্ভ
বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহত ক'লা ৰং
বকো, 22 আগষ্ট : বকোৰ ৰূপনগৰ আঞ্চলিক হাইস্কুলত দুষ্কাৰ্য। দুৰ্বৃত্তই নিশা বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহত অংকন কৰিলে ক'লা ৰং। এসপ্তাহ পূৰ্বে ৰং দিয়া হৈছিল গৃহটোত । ইফালে, ১৬ আগষ্টত চোৰে চুৰি কৰিছে বিদ্যালয়ৰ দমকল। সংযোগ বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সেৱাৰ। এই ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বকো আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ । ইতিমধ্যে ঘটনা সন্দৰ্ভত বকো আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Intro:Body:ANCHOR _ এই খন অসমত নঘটে কি৷ বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনত দুৰ্বৃত্তই সানিলে কলা ৰং৷ এসপ্তাহ পূৰ্বে বিদ্যালয় গৃহত দিছিল নতুনকৈ ৰং৷ কোনে কি উদ্দেশ্যত বিদ্যালয় গৃহত সানিলে কালিমা, তাৰে তদন্তৰ বাবে প্ৰাধান শিক্ষক কাষ চাপিলে আৰক্ষীৰ কাষলৈ৷
VOICE OVER - ৰূপনগৰ আঞ্চলিক হাইস্কুলত দুষ্কাৰ্য। দুৰ্বৃত্তই নিশা বিদ্যালয়ৰ নৱ নিৰ্মিত গৃহত সানিলে কলা ৰং। সপ্তাহ পূৰ্বে ৰং দিয়া হৈছিল গৃহটোত। ১৬ আগষ্টত চোৰে চুৰি কৰিছে বিদ্যালয়ৰ দমকল। সংযোগ বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সেৱাৰ। ঘটনাক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়া। বকো আৰক্ষী থানাত এজাহাৰ দাখিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত, বকো আৰক্ষী বিদ্যালয় খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
BYTE_ মনোমোহন কলিতা, প্ৰধান শিক্ষক।Conclusion: