ETV Bharat / state

বাইহাটা চাৰিআলিত আটক দুই ড্ৰাগছ সেৱনকাৰী

author img

By

Published : Nov 13, 2019, 5:56 PM IST

ড্ৰাগছ ক্ৰয়ৰ বাবে যিকোনো অপকৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰে ড্ৰাগছ সেৱনকাৰীয়ে ৷ বুধবাৰে বাইহাটা চাৰিআলিত আটক দুই ড্ৰাগছ সেৱনকাৰী ৷

আটকাধীন ড্ৰাগছ সেৱনকাৰী

বাইহাটা চাৰিআলি, 13 নৱেম্বৰ: ৰাজ্যত দিনক দিনে বাঢ়িছে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা। যাৰ ফলত ড্ৰাগছ ক্ৰয়ৰ বাবে যিকোনো অপকৰ্ম কৰিবলৈও কুণ্ঠাবোধ নকৰে ড্ৰাগছ সেৱনকাৰীয়ে ৷ এইবাৰ বাইহাটা চাৰিআলিত ড্ৰাগছ ক্ৰয়ৰ বাবে চুৰিকাণ্ড সংঘটিত কৰে দুই ড্ৰাগছ আসক্ত যুৱকে ৷ চুৰি কৰি আৰক্ষীৰ হাতত ধৰা পৰিল দুই যুৱক ৷

ড্ৰাগছ সেৱনকাৰীক আটক
আটকাধীন দুই যুৱক

যুৱক দুজন ক্ৰমে বাইহাটা চাৰিআলিৰ বিকি আলী আৰু শ্বৰীফুল আলী বুলি জানিব পৰা গৈছে ৷ দুয়োজন যুৱকে কেমেৰাৰ সন্মুখত ড্ৰাগছৰ বাবে চুৰি কাৰ্য সংঘটিত কৰা বুলি অকপটে স্বীকাৰ কৰে ৷

বাইহাটা চাৰিআলিত আটক দুই ড্ৰাগছ সেৱনকাৰী

লগতে পঢ়ক: গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা জব্দ 10 কিলোগ্ৰাম গাঞ্জা

Intro:

V/O:---বাইহাটা চাৰিআলিত দিনে দিনে বাঢ়ি আহিছে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা । যাৰ বাবে ড্ৰাগছ ক্ৰয়ৰ বাবে যিকোনো অপকৰ্ম কৰিবলৈ কুণ্ঠাবোধ নকৰে ড্ৰাগছ সেৱনকাৰী সকলে । ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে চুৰি কৰি বাইহাটা আৰক্ষীৰ হাতত ধৰা পৰিল দুই ড্ৰাগছ আসক্ত । বাইহাটা চাৰিআলিৰ বিকি আলী আৰু চৰিফুল আলী নামৰ এই দুজন যুৱকে অন কেমেৰা অকপটে স্বীকাৰ কৰে ড্ৰাগছৰ বাবে চুৰি কাৰ্য্য সংঘটিত কৰা বুলি । অতীতত এজন ভদ্ৰ ল'ৰা আছিল বুলিও প্ৰকাশ কৰে ।
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.