ETV Bharat / state

ভূপেন হাজৰিকাৰ নামত নিজৰ জীৱন দান দিয়া এজন ব্যক্তি - বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা

জালুকবাৰী সমাধিক্ষেত্ৰত ভূপেন দাক শ্ৰদ্ধা জনাবলৈ আহিল হাজোৰ এগৰাকী বিশেষ ব্যক্তি । নাম জয়ৰাম দাস । যাযাবৰী শিল্পী ভূপেন দাক মনে প্ৰাণে ভাল পাই তেখেতে । লগতে ভূপেন দাৰ নামেৰেই এখন টেম্প' নিৰ্মাণ কৰি ৰাজ্যৰ চৌদিশে অসমীয়াৰ শিল্পীগৰাকীৰ বাৰ্তা বিলাই থাকে জয়ৰাম দাসে।

ভূপেন হাজৰিকাৰ নামত নিজৰ জীৱন দান দিয়া এজন ব্যক্তি
author img

By

Published : Sep 8, 2019, 8:03 PM IST

গুৱাহাটী,8ছেপ্টেম্বৰঃ দেওবাৰে বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মজয়ন্তী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাক । জালুকবাৰী সমাধিক্ষেত্ৰত ভূপেন দাক শ্ৰদ্ধা জনাবলৈ আহিল হাজোৰ এগৰাকী বিশেষ ব্যক্তি । নাম জয়ৰাম দাস । যাযাবৰী শিল্পী ভূপেন দাক মনে প্ৰাণে ভাল পাই তেখেতে । উল্লেখ্য যে ভূপেন দা জীৱিত কালৰ পৰায়ে বিভিন্ন ব্যতিক্ৰমী কাৰ্যকলাপৰে ভূপেন হাজৰিকাক সন্মান জনাই আহিছিল জয়ৰাম দাসে । জয়ৰাম দাসৰ ভূপেন হাজৰিকাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু অগাধ ভাল পোৱাৰ বাবে একাংশই তেওঁক পাগল বুলিও ইতিকিং কৰে । এইবোৰ সহিও নিজৰ জীৱন ভূপেন দাৰ নামত তুচ্ছ কৰি দিছে লোকজনে । ইফালে ভূপেন দাৰ নামেৰেই এখন টেম্প' নিৰ্মাণ কৰি ৰাজ্যৰ চৌদিশে অসমীয়াৰ শিল্পীগৰাকীৰ বাৰ্তা বিলাই থাকে জয়ৰাম দাসে।

Intro:আজি বিশ্ববৰণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ৯৩সংখ্যক জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰ কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাক। জালুকবাৰী সমাধিক্ষেত্ৰত ভূপেন দাক শ্ৰদ্ধা জনাবলৈ আহিল হাজোৰ এগৰাকী বিশেষ ব্যক্তি। নাম জয়ৰাম দাস। যাযাবৰী শিল্পী ভূপেন দাক মনে প্ৰাণে ভাল পাই তেখেতে। ভূপেন দা জীৱিত কালৰ পৰায়ে বিভিন্ন ব্যতিক্ৰমী কাৰ্যকলাপৰে ভূপেন হাজৰিকাক সন্মান জনাই আহিছিল জয়ৰাম দাসে। জয়ৰাম দাসৰ ভূপেন হাজৰিকাৰ প্ৰতি থকা শ্ৰদ্ধা আৰু অগাধ ভাল পোৱাৰ বাবে একাংশই তেওঁক পগলা বুলিও ইতিকিং কৰে। এইবোৰ সহিও নিজৰ জীৱন ভূপেন দাৰ নামত তুচ্ছ কৰি দিছে লোকজনে। ইফালে ভূপেন দাৰ নামেৰেই এখন টেম্প কৰি ৰাজ্যৰ চৌদিশে অসমীয়াৰ শিল্পীগৰাকীৰ বাৰ্তা বিলাই থাকে জয়ৰাম দাসে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.