ETV Bharat / state

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী - Baihata SC student union bike rally

ডেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভড়ালী আৰু নিত্যানন্দ ফুকনৰ তত্বাৱধানত অনুসূচীত জাতি পৰিষদখন চলি থকাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতৃবৃন্দই ৷

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী
author img

By

Published : Nov 4, 2019, 11:09 PM IST

বাইহাটা, 4 নৱেম্বৰঃ ৰাজ্যত ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি আছে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ৷ কেৱল সাধাৰণ চাকৰিয়েই নহয়, অসম চৰকাৰৰ কিছু সংখ্যক আমোলা বিষয়াইয়ো ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে কৰি আছে চাকৰি ৷ এই বিস্ফোৰক অভিযোগ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৷ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনত চাকৰি কৰা এইসকল লোকক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনায় সংগঠনটোৱে ৷

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী

আনহাতে, ডেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভড়ালী আৰু নিত্যানন্দ ফুকনৰ তত্বাৱধানত অনুসূচীত জাতি পৰিষদখন চলি থকাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ সেয়েহে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকা সকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটীৰ সৰুমটৰীয়ালৈ প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷

Intro:
V/O:---ৰাজ্যত হাজাৰ হাজাৰ কৰ্মচাৰিয়ে চাকৰি কৰি আছে ভূৱা জাতিগত প্ৰমাণ পত্ৰৰে । সাধাৰন চাকৰিয়ে নহয় , অসম চৰকাৰৰ কিছু সংখ্যক আমোলাও ভূৱা জাতিগত প্ৰমাণ পত্ৰৰে কৰি আছে চাকৰি । এই বিস্ফোৰক অভিযোগ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ । কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ যি সকলে ভূৱা অনুসূচিত জাতিৰ প্ৰমান পত্ৰে চাকৰি কৰি আছে সেই সকলক তদন্তৰ জড়িয়তে উলিয়াই গ্ৰেপ্তাৰ কৰাৰো দাবী জনাই । ডেৰগাও সমষ্টীৰ বিধায়ক ভবেন ভড়ালী আৰু পাবত গজা নেতা নিত্যানন্দ ফুকনৰ তত্ববাধন অনুসূচিত জাতি পৰিষদ খন পৰিচালিত হৈ থকাৰো অভিযোগ আনে সংগঠণটোৰ নেতৃ বৃন্দই । সেয়ে সংগঠণটোৱে ভূৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকা সকলক গ্ৰেপ্তাৰ কৰাৰ দাবীত বাইহাটা চাৰিআলিৰ পৰা গুৱাহাটীৰ সৰুমটৰীয়ালৈ প্ৰতিবষদী বাইক ৰেলী উলিয়াই । এমাহৰ ভিতৰত যদি তদন্ত প্ৰক্িয়া সম্পূৰ্ণ নকৰে তেনেহলে জংগী আন্দোলনৰ ভাবুকি দিয়ে সংগঠণটোৱে ।
বাইট:----
বাইট:----
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.