ETV Bharat / state

প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে - KAMRUP RURAL

প্ৰদূষণমুক্ত সুস্থিৰ পৰিবেশ গঢ়াৰ স্বপ্নত ব্ৰতী কমলপুৰৰ মিণ্টু পাঠক ৷ কাৰিকৰী শিক্ষা অবিহনে যুৱকজনে সাজি উলিয়াইছে সমাজক প্ৰদূষণৰ বোজা নিদিয়া এখন ব্যৱহাৰৰ উপযোগী মটৰ চাইকেল ৷

Baihata pollution free bike
প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে
author img

By

Published : Jan 20, 2020, 10:40 PM IST

বাইহাটা চাৰিআলি, 20 জানুৱাৰী : বাইহাটা চাৰিআলিৰ কমলপুৰৰ সুন্দৰিশাল গাঁৱৰ মিন্টু পাঠক নামৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে এখন প্ৰদূষণ মুক্ত মটৰ চাইকেল । প্ৰায় তিনিমাহ জোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত মিন্টু পাঠকে নিৰ্মাণ কৰি উলিয়াই বাহন খন । মটৰ চাইকেলখনত ইঞ্জিনৰ পৰিবৰ্তে আছে 48 ভল্টৰ এটা মটৰ, ১২ ভল্টৰ চাৰিটা বেটাৰি আৰু এটা কন্ট্ৰোলাৰ । পুৰণি পেলনীয়া মটৰ চাইকেলৰ থেচিচতে যুৱকজনে নিৰ্মাণ কৰি উলিয়াই এই মটৰ চাইকেলখন । মটৰ চাইকেলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আহিলাৰ কিছু অংশ অনলাইনযোগে গুজৰাটৰ পৰা আমদানি কৰাৰ কথা মিন্টুৱে জানিবলৈ দিয়ে ।

প্ৰদূষণ মুক্ত মটৰ চাইকেল নিৰ্মাণেৰে সুস্থ পৰিবেশ গঢ়াৰ সপোন দেখুৱাইছে কমলপুৰৰ যুৱকে

মটৰ চাইকেলখনৰ নিৰ্মাণ বাবদ মুঠ ২৭ হাজাৰ টকা ব্যয় হৈছে বুলি উল্লেখ কৰে মিন্টু পাঠকে । তেওঁ লগতে দৈনিক 6 ঘণ্টাৰ পৰা 8 ঘণ্টা মটৰ চাইকেলখনৰ বেটাৰ চাৰ্জ কৰি 40 কিল'মিটাৰ অনায়াসে চলাব পাৰি বুলি উল্লেখ কৰে । কোনো কাৰিকৰী শিক্ষাৰ অবিহনে মটৰ চাইকেলখন নিৰ্মাণ কৰি উলিয়াইছে মিন্টু পাঠকে । মিন্টুৰ এই সফলতাত গৌৰৱাম্বিত মিন্টু পৰিয়ালৰ লগতে অঞ্চলবাসী ।

Intro:Baihata Pollution Free Bike
V/O:---প্ৰতিভা থাকিলে বিকাশ ঘটিবই । বাইহাটা চাৰিআলিৰ কমলপুৰত এজন যুৱকে নিৰ্মান কৰিলে এখন প্ৰুষণ মুক্ত মটৰ চাইকেল । কমলপুৰৰ সুন্দৰিশাল গাৱৰ যুৱক মিন্টূ পাঠকে তিনিমাহ যোৰা কষ্টৰ অন্তত নিৰ্মষন কৰি উলিয়ালে এই বাহন খনি । মটৰ চাইকেল খনৰ কোনো ইঞ্জিন নাই । সৰুৰে পৰা মনত আশা পুহি ৰখা মিন্টুৱে মটৰ চাইকেল খনৰ বাবে প্ৰয়োজনীয় আহিলষ পাটিৰ কিছু অংশ অনলাইন যোগে গুজৰাটৰ পৰা আমদানি কৰাৰ কথা উল্লেখ কৰে । মটৰ চাইকেল খনত আছে ৪৮ ভল্টৰ এটি মটৰ , ১২ ভল্টৰ চাৰিটা বেটাৰি আৰু এটা কন্ট্ৰোলাৰ । পুৰনি পেলনীয়া মটৰ চাইকেলৰ থেচিচতে এইদৰে নিৰ্মান কৰি উলিয়াইছে মটৰ চাইকেল খন । মটৰ চাইকেল খনৰ নিৰ্মান ব্যয় ২৭ হাজাৰ টকা বুলি উল্লেখ কৰে মিন্টু পাঠকে । কোনো কাৰিকৰি শিক্ষা নোলোৱাকৈয় এইদৰে নিৰ্মান কৰি উলিয়ালে বাহন খনি । ৬ ঘণ্টাৰ পৰা ৮ ঘণ্টা বেটাৰ চাৰ্জ কৰি ৪০ কি: মি: অনায়সে চলষব পাৰে বাহন খনি । মিন্টু পাঠকৰ এই সফলতাত আনন্দিত মিন্টু পৰিয়ালৰ লগতে অঞ্চলবাসী ।
বাইট:---
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.