ETV Bharat / state

বাইহাটা চাৰিআলিত পথ নিৰ্মাণত দুৰ্নীতি ঠিকাদাৰৰ - ETV_ASSAM

বাইহাটা চাৰিআলিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম ৷ বালিকুছিৰ পৰা ধুলীয়াৰালৈ যোৱা প্ৰায় তিনি কি: মি: দৈৰ্ঘৰ পথচোৱা নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

বাইহাটা চাৰিআলিত পথ নিৰ্মাণত দুৰ্নীতি ঠিকাদাৰৰ
author img

By

Published : Jul 25, 2019, 3:02 PM IST

  • বাইহাটা চাৰিআলিত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম ৷
  • বালিকুছিৰ পৰা ধুলীয়াৰালৈ যোৱা প্ৰায় তিনি কি: মি: দৈৰ্ঘৰ পথচোৱা নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
    বাইহাটা চাৰিআলিত পথ নিৰ্মাণত দুৰ্নীতি ঠিকাদাৰৰ
  • বালিৰ পৰিৱৰ্তে শিলৰ ওপৰত মাটি দি পৰা হৈছে খাপৰি ৷
  • যাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই ফাঁট মেলিছে পথটিত ৷
  • পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ কিশোৰ কলিতাৰ বিৰুদ্ধে ৷

Intro:Baihata PMGSY Road Bad Construction

V/O:---বাইহাটা চাৰিআলিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মানত চৰম অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ । বালিকুছিৰ পৰা ধুলীয়াৰালৈ যোৱা প্ৰায় তিনি কি: মি: দৈৰ্ঘৰ পথচোৱা নিৰ্মানত বিসংগতি হোৱাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে । পথটি নিৰ্মানৰ বাবে যি ধৰনৰ সামগ্ৰী দিব লাগে সেয়া উপযুক্ত নহয় বুলি স্থানীয় ৰাইজৰ অভিযোগ । বালিৰ পৰিবৰ্তে মেটেলৰ ওপৰত মাটি দি ব্লক সমূহ পাৰি যোৱা বুলি অভিযোগ কৰে সাংবাদিকৰ আগত ।
Byte:---
V/O:---- স্বাধীনতাৰ ৭০ দশকৰ পিচত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এটা ভাল পথেৰে চলাচল কৰিব পাৰিব বুলি আশাা কৰিছিল । অকল বাইহাটা চাৰিআলিৰ বালিকুছি-ধুলীয়াৰা অঞ্চলৰ ৰাইজেই নহয় , এই পথটিৰে যাতায়ত কৰিব পাৰি দৰং আৰু বাক্সা জিলালৈকেও । কিন্তু ঠিকাদাৰ কিশোৰ কলিতাই" পথটি নিৰ্মানৰ ক্ষেত্ৰত বিসংগতি অনা বুলি অভিযোগ আনে স্থানীয় ৰাইজে । পথটিৰ নিৰ্মান কাৰ্য্য সম্পুৰ্ন নহও টে চাইদ বীমত ফাট । এইদৰে বিভিন্ন অভিযোগ আনে স্থানীয় ৰাইজে ।
বাইট:-----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.