ETV Bharat / state

কমলপুৰত কেন্দ্ৰীয়ভাবে উদযাপন স্বাধীনতা দিৱস

কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত কেন্দ্ৰীয়ভাবে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ড0 বেদাংগ তালুকদাৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা

কমলপুৰত কেন্দ্ৰীয়ভাবে উদযাপন স্বাধীনতা দিৱস
author img

By

Published : Aug 15, 2019, 1:03 PM IST

Updated : Aug 15, 2019, 3:01 PM IST

কামৰূপ, 15 আগষ্টঃ সমগ্ৰ দেশৰ লগতে কামৰূপৰ কমলপুৰতো উলহ মালহেৰে পালন কৰা দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস ৷ কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত কেন্দ্ৰীয়ভাবে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ড0 বেদাংগ তালুকদাৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা ।

কমলপুৰত কেন্দ্ৰীয়ভাবে উদযাপন স্বাধীনতা দিৱস

আনহাতে, শ্বহীদ সুনীল কলিতাৰ পত্নী পদুমী কলিতাক সম্বাৰ্ধনা জনোৱাৰ লগতে শ্বহীদ পত্নীক অপমান কৰা কাশ্মীৰৰ যুৱক চাহিল আব্বাছক কাশ্মীৰৰ দুৰ্গম ঠাইৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসকো সম্বৰ্ধনা জনায় ৷

Intro:Baihata Kamalpur Independence Day Celebration

V/O:--সমগ্ৰ দেশৰ লগতে কামৰূপৰ কমলপুৰটো উলহ মালহেৰে পালন কৰা দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিবস । কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয় প্ৰাঙ্গনত কেন্দ্ৰীয় ভাবে উদযাপন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ডা° বেদাংগ তালুকদাৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগীতা । উক্ত অনুষ্ঠানৰ মাজতে কেবাজনো বিশিষ্ট ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা । ৰ্শ্বহীদ সুনীল কলিতাৰ পত্নী পদুমী কলিতাক সম্বাৰ্ধনা জনোৱাৰ লগতে শ্বহীদ পত্নীক অপমান কৰা কাশ্মীৰি যুৱক চাহিল আব্বাছক কাশ্মীৰৰ দুৰ্গম ঠাইৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসকো সম্বৰ্ধনা জনোৱা হয় ।
Body:.Conclusion:.
Last Updated : Aug 15, 2019, 3:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.