ETV Bharat / state

কামৰূপৰ বেজেৰাত নাৰ্ছৰ ৰহস্যজনক মৃত্যু ! - নাৰ্ছগৰাকীৰ মৃতদেহ উদ্ধাৰ

কামৰূপৰ বেজেৰাত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী নাৰ্ছৰ মৃতদেহ ৷ চৰকাৰী আৱাস গৃহত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে হীৰামনি ৰাজবংশী নামৰ নাৰ্ছগৰাকীৰ মৃতদেহ ।

baihata-gnm-nurse-suicide
কামৰূপৰ বেজেৰাত নাৰ্ছৰ ৰহস্যজনক মৃত্যু !
author img

By

Published : Jan 31, 2021, 3:42 PM IST

বাইহাটী, 31 জানুৱাৰী : কামৰূপৰ বেজেৰাত এগৰাকী নাৰ্ছৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । চৰকাৰী আৱাস গৃহত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে হীৰামনি ৰাজবংশী নামৰ নাৰ্ছগৰাকীৰ মৃতদেহ । বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল হীৰামনি ৰাজবংশী নামৰ নাৰ্ছগৰাকী । হীৰামনি ৰাজবংশী ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত জি এন এম নাৰ্চ হিচাপে বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল ।

খেহেনীপাৰাৰ এজন যুৱকৰ সৈতে নাৰ্ছগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে ৷ এসপ্তাহ ধৰি যুৱক গৰাকীৰ সৈতে তীব্ৰ সংঘাত চলি থকাৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱাৰো সন্দেহ কৰা হৈছে । ইতিমধ্যে আৰক্ষীয়ে নাৰ্ছগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.