ETV Bharat / state

কামৰূপত স্বামীয়ে প্ৰতাৰণা কৰিলে পত্নীসহ সন্তানক

author img

By

Published : Jun 28, 2019, 2:55 PM IST

কামৰূপৰ বাইহাটা চাৰিআলিৰ মালিবাৰী গাঁৱত স্বামীৰ প্ৰতাৰণাৰ বলি হ’ল পত্নী সহ তিনি সন্তান ৷ বিভিন্ন চল-চাতুৰীৰে পত্নীৰ নামত জিতু শৰ্মাই ঋণ লয় বন্ধন বেঙ্কৰ পৰা ।

কামৰূপত স্বামীয়ে প্ৰতাৰণা কৰিলে পত্নীসহ তিনিসন্তানক

বাইহাটা চাৰিআলি 28 জুনঃ কামৰূপৰ বাইহাটা চাৰিআলিৰ মালিবাৰী গাঁওত স্বামীৰ প্ৰতাৰণাৰ বলি হ’ল পত্নী সহ তিনি সন্তান৷ বিভিন্ন চল চাতুৰীয়ে পত্নীৰ নামত জিতু শৰ্মাই ঋণ লয় বন্ধন বেঙ্কৰ পৰা ।

কামৰূপত স্বামীয়ে প্ৰতাৰণা কৰিলে পত্নীসহ তিনিসন্তানক

উল্লেখ্য যে পত্নীৰ বন্ধন বেঙ্কৰ পৰা লোৱা ধন লৈ ওচৰৰে দৰং জিলাৰ বুঢ়াৰ এগৰাকী মহিলাক লৈ তিনিমাহ ধৰি অন্তৰ্ধান হৈ আছে জিতু শৰ্মা ৷ স্বামীৰ এই কৰ্ম কাণ্ডৰ বাবে তিনিটা সন্তানৰে সৈতে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে পত্নীয়ে । উক্ত ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰনৰ সহায় নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে ।

Intro:Baihata Extra Maritial Affairs

V/O:---কামৰূপৰ বাইহাটা চাৰিআলিত আজব ঘটণা । বাইহাটা চাৰিআলিৰ মালিবাৰি গাৱত স্বামীয়ে ঠগিল নিজৰ পত্নীক । তিনিটা সন্তাৰ পিতৃ জিতু শৰ্মা নামৰ এই গৰাকী ব্যক্তিয়ে ঠগিলে কথা কব নোৱাৰা পত্নীক । বিভিন্ন চল চাতুৰিৰে পত্নীৰ নামত ঋণ ললে বন্ধন বেঙ্কৰ পৰা । সেই ঋণৰ সমুদায় ধন পত্নীৰ পৰা আদায় কৰি অন্তৰ্ধান তিনিমাহ ধৰি । পত্নীৰ বন্ধন বেঙ্কৰ পৰা লোৱা ধন লৈ ওচৰৰে দৰং জিলাৰ বুঢ়াৰ এগৰাকী মহিলাক লৈ তিনিমাহ ধৰি অন্তৰ্ধান জিতু শৰ্মা । স্বামীৰ এই কৰ্ম কাণ্ডৰ বাবে তিনিটা সন্তানৰে সৈতে বহু কষ্টৰে জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে পত্নীয়ে । ঘটণা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ধৰনৰ সহায় নকৰাৰ অভিযোগ পৰিয়ালৰ । পৰিয়ালৰ বাহিৰেও ওচৰ চুবুৰীয়াইয়ো আৰক্ষীয়ে কোনো ধৰনৰ সহায় কৰা নাই বুলি অভিযোগ আনিছে ।

বাইট:----
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.