ETV Bharat / state

বাইহাটাত কিশোৰীক কেৰাচিন ঢালি জ্বলোৱাৰ অপচেষ্টা - ভূক্তভোগী

বাইহটাত ৰাষ্টাৰে খোজ কাঢ়ি গৈ থকা কিশোৰীক পিচফালৰ পৰা ধৰি মুখত সোপা দি জ্বলাই দিবলৈ চেষ্টা কৰিছিল দুৰ্বৃত্তই । এই অভিযোগ আনিছে ভূক্তভোগী কিশোৰী গৰাকীৰ লগতে পৰিয়ালৰ লোকে ।

বাইহাটাত কিশোৰিক কেৰাচিন ধালি জ্বলোৱাৰ অপচেষ্টা

author img

By

Published : Feb 26, 2021, 2:03 PM IST

Updated : Mar 2, 2021, 1:21 PM IST

বাইহাটা,26 ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিৰ বৰহাটা গাঁৱত জীবন্তে কিশোৰীক কেৰাচিন ঢালি জ্বলোৱাৰ অপচেষ্টা । ৰাষ্টাৰে খোজ কাঢ়ি গৈ থকা কিশোৰী গৰাকীক পিচফালৰ পৰা ধৰি মুখত সোপা দি জ্বলাই দিবলৈ চেষ্টা কৰিছিল দুৰ্বৃত্তই । এই অভিযোগ আনিছে ভূক্তভোগী কিশোৰী গৰাকীৰ লগতে পৰিয়ালৰ লোকে ।

বাইহাটাত কিশোৰিক কেৰাচিন ধালি জ্বলোৱাৰ অপচেষ্টা

অভিযোগ অনুসৰি, কিশোৰী গৰাকীয়ে নিজ ঘৰৰ পৰা বিয়লি সময়ত খুড়ীয়েকৰ ঘৰলৈ গৈ থকা সময়ত একে গাঁৱৰে ৰাধিকা ডেকা আৰু পুত্ৰ নিপন ডেকাই এই ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰা বুলি আনিছে অভিযোগ ভূক্তভোগী কিশোৰী গৰাকীৰ লগতে পৰিয়ালে । ৰাধিকা ডেকাই পিচফালৰ পৰা কিশোৰী গৰাকীক দুই হাতত ধৰাৰ লগতে পুত্ৰ নিপন ডেকাই মুখত সোপা দিয়া বুলিও আনিছে অভিযোগ । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও কিশোৰী গৰাকীক বিভিন্ন সময়ত নিপন ডেকাই ভাবুকি প্ৰদান কৰি অহা বুলিও অভিযোগ উঠিছে ।

লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

Last Updated : Mar 2, 2021, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.