ETV Bharat / state

এতিয়াৰে পৰা শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ত উপলব্ধ পি এইড পাঠ্যক্ৰম - গুৱাহাটী

গুৱাহাটী প্ৰেছ ক্লাবত শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ অসম শাখাই সংবাদমেল সম্বোধ কৰি ২৮ খন ৰাজ্যৰ প্ৰায় ১৫০০ ৰো অধিক ছাত্ৰ- ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে বুলি সদৰি কৰে । লগতে অসমৰ ছাত্ৰ-ছাত্ৰী সকলে এইখন বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ত অধ্যয়ন কৰিব পাৰিব বুলিও উল্লেখ কৰে ।

ধপাত মুক্ত চৌহদ গঢ়ি তুলিবলৈ শ্ৰী শ্ৰী ৰবি শংকৰৰ পদক্ষেপ
author img

By

Published : Jun 6, 2019, 10:32 PM IST

গুৱাহাটী,৬ জুনঃ ওড়িষাৰ কটকৰ শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ চৌহদত সুস্থ বাতাবৰন সৃষ্টিৰ বাবেও হাতত লৈছে বিশেষ পদক্ষেপ । বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠাপক ৰবি শংকৰৰ প্ৰচেষ্টাত গঢ়ি উঠিছে অন্য এক পৰিৱেশ ।

ধপাত মুক্ত চৌহদ গঢ়ি তুলিবলৈ শ্ৰী শ্ৰী ৰবি শংকৰৰ পদক্ষেপ

শ্ৰী শ্ৰী ৰবি শংকৰৰ একক প্ৰচেষ্টাতে ধপাত মুক্ত চৌহদ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে বিশ্ববিদ্যালয়ৰ চৌহদ । তাৰোপৰি, বিশ্ববিদ্যালয়খনত বৰ্তমান অধ্যয়ন কৰি আছে ২৮ খন ৰাজ্যৰ প্ৰায় ১৫০০ ৰো অধিক ছাত্ৰ- ছাত্ৰী । য'ত বৰ্তমান পি জি,ইউ জি পাঠ্যক্ৰমৰ লগতে পি এইচ ডি কৰাৰো সুবিধা আছে এই বিদ্যালয়খনত । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি বিশ্ববিদ্যালয়ৰ খনৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিশ্ববিদ্যালয়খনৰ অসম শাখাই । লগতে অসমৰ ছাত্ৰ-ছাত্ৰী সকলে এইখন বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ত অধ্যয়ন কৰিব পাৰিব বুলি উল্লেখ কৰে সংবাদ মেলত ।

লগতে আন এটা বাতৰি- মুকাভিনয়ৰে পৰিৱেশ ৰক্ষাৰ প্ৰচেষ্টা সমাজ কল্যান বিভাগৰ

Intro:ওড়িষাৰ কটকত থকা শ্ৰী শ্ৰী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছে বহু কেইটা বিষয় ।লগতে বিশ্ববিদ্যালয়ৰ কেম্পাছত এক সুস্থ বাতাবৰন সৃষ্টিৰ বাবেও হাতত লৈছে বিশেষ পদক্ষেপ । বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা আৰ্ট অৱ লিভিঙৰ মূল হোতা শ্ৰী শ্ৰী ৰবি শংকৰে নিজৰ তত্বাৱধানত এই সমূহ পদক্ষেপ হাতত লৈছে ।ধপাত মুক্ত চৌহদ হিচাপে গঢ়ি তুলিছে বিশ্ববিদ্যালয়ৰ চৌহদ ।লগতে বিশ্ববিদ্যালয়ত বৰ্তমান অধ্যয়ন কৰি আছে ২৮ খন ৰাজ্য ৰ প্ৰায় ১৫০০ ৰো অধিক ছাত্র ছাত্ৰী । যত বৰ্তমান পি জি,ইউ জি পাঠ্যক্ৰমৰ লগতে পি এইচ ডি কৰাৰো সুবিধা উপলব্ধি আছে । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি বিশ্ববিদ্যালয়ৰ খনৰ বিষয়ে সদৰী কৰে অসম শাখাই । অসমৰ ছাত্ৰ ছাত্ৰীও।এইখন বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ত অধ্যয়ন কৰিব পাৰিব বুলি উল্লেখ কৰে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.