ETV Bharat / state

ৰঙিয়াত অবৈধ দোকানৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান - উচ্ছেদ অভিযান

উচ্ছেদ অভিযানত ৫০ৰো অধিক পান তামোলৰ দোকানৰ লগতে ফল মূল,পাচলি তথা মাছ, মাংসৰ দোকান উচ্ছেদ কৰে প্ৰশাসনে

অবৈধভাৱে পদপথ দখল দোকানৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান
author img

By

Published : May 9, 2019, 7:33 PM IST

ৰঙিয়া, 9 মেঃ ৰঙিয়াত চলিল উচ্ছেদ অভিযান। ৰঙিয়া পৌৰসভাই চলালে এই অভিযান। পদপথৰ লগতে মূল পথৰ ওপৰত অবৈধ ভাৱে দখল কৰি থকা দোকানসমূহ উচ্ছেদ কৰিলে পৌৰকৰ্মীয়ে। বৃহস্পতিবাৰে ৰঙিয়াৰ ষ্টেচন ৰোডৰ তেতেলীগুৰিৰ পৰা আৰম্ভ হৈ এন টি ৰোড তথা ৰঙিয়াৰ হাইৱে বাছ আস্থানলৈ চলে এই উচ্ছেদ অভিযান।

অভিযানটোত ৫০ৰো অধিক পান তামোলৰ দোকানৰ লগতে ফল-মূল,শাক-পাচলি তথা মাছ, মাংসৰ দোকান উচ্ছেদ কৰে ৷ অভিযানটোৰ নেতৃত্ব দিয়ে দণ্ডাধীশ সুৰজিত বৰাই, লগতে উপস্থিত থাকে ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য।

Intro:অবৈধ ভাৱে পদপথ দখল কৰি থকা দোকানৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান। অভিযানৰ নেতৃত্ব ললে দণ্ডাধীশ সুৰজিত বৰায়। উচ্ছেদ হ'ল পঞ্চাশৰো অধিক দোকান।Body:

ৰঙিয়াত চলিল উচ্ছেদ অভিযান। ৰঙিয়া পৌৰসভাই চলালে এই অভিযান। পদপথৰ লগতে মুল পথৰ ওপৰত অবৈধ ভাৱে দখল কৰি থকা দোকানসমুহ উচ্ছেদ কৰিলে পৌৰকৰ্মীয়ে। আজি দিনত চলা এই অভিযান ৰঙিয়াৰ ষ্টেচন ৰোডৰ তেতেলীগুৰিৰ পৰা আৰম্ভ হৈ এন টি ৰোড তথা ৰঙিয়াৰ হাইৱে বাছ আস্থানলৈ চলে। অভিযানটোত ৫০ৰো অধিক পান তামোলৰ দোকানৰ লগতে ফল মূল, পাচলি তথা মাছ মাংসৰ দোকান উচ্ছেদ কৰা হয়।অভিযানটোৰ নেতৃত্ব দিয়ে দণ্ডাধীশ সুৰজিত বৰাই, লগত উপষ্ঠিত থাকে ৰঙিয়া পৌৰসভাৰ সভানেত্ৰী সীমা বৈশ্য। অভিযানৰ সময়ত অঞ্চলটোত যানযটৰ সৃষ্টি হয়।

Bite:-ৰঙিয়া পৌৰসভাৰ সভানেত্ৰীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.