ETV Bharat / state

পলাশবাৰীৰ ভোটকেন্দ্ৰত ভোট বৰ্জন কংগ্ৰেছী সমৰ্থকৰ

পলাশবাৰী ছোৱালী হাইস্কুলৰ 159 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প'লিং বিষয়াৰ ওপৰত ৰাইজে বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ কেন্দ্ৰটোৰ দৰ্জা খিৰিকী বন্ধ কৰি ভোটদান কৰাৰো অভিযোগ ৷

পলাশবাৰীৰ ভোটকেন্দ্ৰত ভোট বৰ্জন কংগ্ৰেছী সমৰ্থকৰ
author img

By

Published : Apr 23, 2019, 9:17 PM IST

পলাশবাৰী, 23 এপ্ৰিলঃ পলাশবাৰীত ছোৱালী হাইস্কুলৰ 159 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । বিসংগতিপূৰ্ণ ভাবে ভোটদানৰ ব্যৱস্থা কৰাৰ অভিযোগ ভোটাৰৰ । ঘটনা সন্দৰ্ভত পলাশবাৰী ছোৱালী হাইস্কুলৰ 159 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প'লিং বিষয়াৰ বিৰুদ্ধে ৰাইজৰ বিসংগতিৰ অভিযোগ ৷

পলাশবাৰীৰ ভোটকেন্দ্ৰত ভোট বৰ্জন কংগ্ৰেছী সমৰ্থকৰ

কেন্দ্ৰটোৰ দৰ্জা খিৰিকী বন্ধ কৰি ভোটদান কৰাৰো অভিযোগ উঠাই একাংশ কংগ্ৰেছী সমৰ্থকে ফলত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক ঘেৰাও কৰে ৰাইজে । এই ঘটনাৰ পিচতে বহু ভোটাৰে ভোট বৰ্জন কৰে৷ ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও প্ৰায় ১৫০ ভোটাৰে ভোটবৰ্জন কৰে ।

Slug:-A_Kam_Palashbari_Hungama_821-823_vis+bite+photo_Ajay_Das 

পলাশবাৰী ছোৱালী হাইস্কুলৰ ভোটকেন্দ্ৰত ভোট  বৰ্জন ভোটাৰৰ ।

Ocvo..পলাশবাৰীত ছোৱালী হাইস্কুলৰ 159 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । বিসংগতি পূৰ্ণ ভাবে ভোট দানৰ ব্যৱস্থা কৰাৰ অভিযোগ ভোটাৰৰ । পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক ঘেৰাও ৰাইজৰ । বহু ভোটাৰে বৰ্জন কৰিলে ভোট । ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্হিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । যদিও প্ৰায় ১৫০ ভোটাৰে ভোটবৰ্জন কৰে ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.