ETV Bharat / state

বকোত অবৈধ বাংলা ইটা ভাটাৰ উচ্ছেদ

author img

By

Published : Mar 12, 2019, 12:49 AM IST

বকোত এস্কাভেটৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত অবৈধভাৱে গঢ়ি উঠা ৭টা ইটা ভাটা ধ্বংস কৰে প্ৰশাসনে। বকো চক্ৰৰ বিষয়া পিংকি দত্তৰ নেতৃত্বত ৩০ লাখ টকা মূল্যৰ এই অবৈধ ইটা সমূহ ধ্বংস কৰে প্ৰশাসণে।

বকোত অবৈধ বাংলা ইটা ভাটাৰ উচ্ছেদ

১১ মাৰ্চ, কামৰূপঃ বকোত ৰাইজৰ প্ৰতিবাদত সেও মানিলে প্ৰশাসনে ৷ অৱশেষত উচ্ছেদ কৰিবলৈ বাধ্য হ'ল অৱৈধ বাংলা ইটাৰ ভাটা ৷ বকোৰ তাৰাবাৰীত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে সোমবাৰে প্ৰশাসনে চলালে এক অভিযান।

বকোত অবৈধ বাংলা ইটা ভাটাৰ উচ্ছেদ

তথ্যানুসাৰী বকোত এস্কাভেটৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ সহায়ত অবৈধভাৱে গঢ়ি উঠা ৭টা ইটা ভাটা ধ্বংস কৰে প্ৰশাসনে। বকো চক্ৰৰ বিষয়া পিংকি দত্তৰ নেতৃত্বত ৩০ লাখ টকা মূল্যৰ এই অবৈধ ইটা সমূহ ধ্বংস কৰে প্ৰশাসনে।

জানিব পৰা মতে বকোৰ জনবসতিপূৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গঞাৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি৷ ইটা ভাটাৰ পৰা নিৰ্গত হোৱা অস্বাস্থ্যকৰ ক'লা ধোৱাই বিপৰ্যস্ত কৰি তুলিছিল স্থানীয় ৰাইজক৷অৱশেষত সোমবাৰে উচ্ছেদ কৰা হয় ইটা ভাটাসমূহ ৷

অবৈধ বাংলা ইটাৰ ভাটা বন্ধৰ দাৱী জনাই আহিছিল স্থানীয় ৰাইজে৷ বিপদ কঢ়িয়াইছে ভাটাৰ নিৰ্গিত কলা ধোঁৱাই ৷ গ্ৰামাঞ্চলৰ পৰিবেশ কুলষিত কৰাত আঙুলি উঠিছিল স্বয়ং জিলা প্ৰশাসন ওপৰত ৷ অৱশেষত আজি উচ্ছেদ চলাই এই ইটা ভাটাসমূহত ৷ 

VOICE OVER- অৱশেষত ৰাইজৰ প্ৰতিবাদত শেউ মানিলে প্ৰশাসনে ৷ উচ্ছেদ কৰিবলৈ বাধ্য হল অৱৈধ বাংলা ইটা ভাটা ৷ বকোৰ তাৰাবাৰীত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান। ৭টা অবৈধ ইটা ভাটা ধ্বংস কৰে প্ৰশাসনে। এস্কাভেটৰ, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰে চলাই এই অভিযান। প্ৰায় ৩০ লাখ টকা মূল্যৰ অবৈধ ইটা ধ্বংস কৰে। বকো চক্ৰৰ বিষয়া পিংকি দত্তৰ নেতৃত্বত চলাই অভিযান।

BYTE_ পিংকি দত্ত, বকো চক্ৰ বিষয়া

জনবসতিপুৰ্ণ এলেকাত অসাধু ব্যৱসায়ীয়ে ইটা ভাটা স্থাপন কৰি গঞাৰ স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছিল তীব্ৰ ভাবুকি৷ ইটা ভাটাৰ পৰা নিৰ্গত হোৱা অস্বাস্থ্যকৰ কলা ধোৱাই বিপৰ্যস্থ কৰি তুলিছিল স্থানীয় ৰাইজক৷

SLUG: 
A_GHY_803_11MARCH_BRICK_INDUSTRY_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT : MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.