ETV Bharat / state

কলাক্ষেত্ৰৰ সচিবৰ আসনত গৱেষক সুদৰ্শন ঠাকুৰ - সুদৰ্শন ঠাকুৰ

কলাক্ষেত্ৰৰ সচিবৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিয়েই গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কথা ব্যক্ত কৰে গৱেষক সুদৰ্শন ঠাকুৰে । লগতে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিক আৰু বিদ্যায়তনিক দিশত গুৰুত্ব দি আগুৱাই যাবলৈ সকলোকে আহ্বান জনাইছে নব-নিযুক্ত সচিব গৰাকীয়ে ।

কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত গৱেষক সুদৰ্শন ঠাকুৰৰ
author img

By

Published : Jun 12, 2019, 8:46 PM IST

গুৱাহাটী, ১২জুনঃ গুৱাহাটী কলাক্ষেত্ৰৰ সচিবৰ দ্বায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে সত্ৰীয়া সংস্কৃতিৰ অন্যতম গৱেষক সুদৰ্শন ঠাকুৰে । গুৰুজনাৰ আদৰ্শক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য সুদৰ্শন ঠাকুৰৰ ।

কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত গৱেষক সুদৰ্শন ঠাকুৰৰ

গুৱাহাটী কলাক্ষেত্ৰৰ কতৃপক্ষই পূৰ্বৰ সচিব মাধুৰীমা বৰুৱা সেনক বিদায় জনোৱাৰ লগতে সুদৰ্শন ঠাকুৰক উষ্ম আদৰণি জনায় । নৱ-নিযুক্ত সচিব সুদৰ্শন ঠাকুৰে কলাক্ষেত্ৰলৈ এক নতুন বাতাবৰণ কঢ়িয়াই আনিব বুলি আশা কৰিছে সকলোৱে । সচিবগৰাকী সত্ৰীয়া নৃত্য, গীত, বাদ্য সকলোতে দখল আছে । তাৰোপৰি 2003 চনত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেলচিপ লাভ কৰিছিল সুদৰ্শন ঠাকুৰে । এই অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা যতীন বৰা,পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ।

লগতে আন এটা বাতৰি- ভাৰতত ৰেলৱে ষ্টেচন নিৰ্মাণ কৰিব ফান্সে !

Intro:বুধবাৰে আনুষ্ঠানিকভাৱে কলাক্ষেত্ৰৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰিলে সত্ৰীয়া সংস্কৃতিৰ অন্যতম গৱেষক সুদৰ্শন ঠাকুৰ । সেই উপলক্ষে বুধবাৰে এক অনুষ্ঠানৰ আয়োজন কৰে কলাক্ষেত্ৰ কৰ্তৃপক্ষই । এই অনুষ্ঠানতে পূৰ্বৰ সচিব মাধুৰীমা বৰুৱা সেনক বিদায় জনোৱাৰ লগতে সুদৰ্শন ঠাকুৰক উষ্ম আদৰণি জনাই ।মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সৈতে ডাঙৰ দীঘল হোৱা সুদৰ্শন ঠাকুৰৰ যোগদানে কলাক্ষেত্ৰলৈ এক নতুন বাৰ্তা কঢ়িয়াব বুলি আশাবাদী সকলো । এই গৰাকী সচিব সত্ৰীয়া নৃত্য, গীত, বাদ্য সকলোতে পাৰ্গত । লগতে 2003 চনত কেন্দ্ৰীয় চৰকাৰৰ।সাংস্কৃতিক মন্ৰালয়ৰ ফেলচিপ লাভ কৰিছিল । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অভিনেতা যতীন বৰা,পবিত্র মাৰ্ঘেৰিটাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.