ETV Bharat / state

প্ৰলয়ংকৰী বান : মৃতকৰ সংখ্যা 108 লৈ বৃদ্ধি

ৰাজ্যত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি হৈছে ৷ বৰ্তমান বানাক্ৰান্তৰ সংখ্যা হৈছে 12,01,382 গৰাকী ৷

author img

By

Published : Jul 30, 2020, 7:42 PM IST

মৃতকৰ সংখ্যা 108 লৈ বৃদ্ধি
প্ৰলয়ংকৰী বান

নিউজ ডেস্ক, 30 জুলাই : ৰাজ্যত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 108 গৰাকীলৈ বৃদ্ধি পালে ৷ আনহাতে,বৰ্তমান বানাক্ৰান্তৰ সংখ্যা হৈছে 12,01,382 গৰাকী ৷ মুঠ 22 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷ আক্ৰান্ত জিলাসমূহ হৈছে ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, দৰং, বাক্সা, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ আৰু ডিব্ৰুগড় ৷

বৰ্তমান বানৰ কৱলত 52 টা ৰাজহ চক্ৰৰ প্ৰায় 1,339 খন গাঁও ৷ প্ৰায় 82,169.99 হেক্টৰ কৃষিভূমি বানৰ কবলত ৷ বৰ্তমান ৰাজ্যৰ 135 টা আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 29,981 জন লোকে ৷

লগতে পঢ়ক : বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ আমছুৰ ৰেজাউল কৰিম সৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.