ETV Bharat / state

ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰাতঃভ্ৰমণ কৰা পথচাৰীয়ে প্ৰত্যক্ষ কৰি খবৰ দিলে আৰক্ষীক

author img

By

Published : Sep 7, 2019, 12:00 PM IST

ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰঙিয়া,7 ছেপ্তেম্বৰ:

  • শনিবাৰে পুৱাই ৰঙিয়াত উদ্ধাৰ এটা মৃতদেহ
  • ৰঙিয়া তিনিআলিৰ মীন বিভাগৰ পুখুৰীত উদ্ধাৰ হ'ল মৃতদেহটো
  • এতিয়ালৈকে চিনাক্ত হোৱা নাই উৱলি যোৱা যুৱকৰ মৃতদেহটো
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
    ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰঙিয়া,7 ছেপ্তেম্বৰ:

  • শনিবাৰে পুৱাই ৰঙিয়াত উদ্ধাৰ এটা মৃতদেহ
  • ৰঙিয়া তিনিআলিৰ মীন বিভাগৰ পুখুৰীত উদ্ধাৰ হ'ল মৃতদেহটো
  • এতিয়ালৈকে চিনাক্ত হোৱা নাই উৱলি যোৱা যুৱকৰ মৃতদেহটো
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
    ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰ
Intro:ৰাতিপুৱাই ৰঙিয়াত মৃতদেহ উদ্ধাৰBody:আজি ৰাতিপুৱাই ৰঙিয়া তিনিআলিৰ ওচৰতে থকা মীন বিভাগৰ ফিচাৰীত এটা মৃতদেহ উদ্ধাৰ হৈছে। অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱা আৰু পিন্ধনত সম্ভ্ৰান্ত ঘৰৰ যেন লগা ব‍্যক্তিজনৰ পৰিচয় এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। লোকজনৰ আনুমানিক বয়স ৩৫ হ'ব পাৰে। প্ৰতঃভ্ৰমণ আহা পথচাৰীয়ে প্ৰথমে মৃতদেহটো প্ৰত‍্যক্ষ কৰে। লগে লগে কথাটো ৰাষ্ট্ৰ হৈ পৰাত ঘটাস্থলীত বহু লোকৰ সোত ববলৈ আৰম্ভ কৰে। কিছু সময় পিছতে আৰক্ষীও উপষ্ঠিত হয়। ইতিমধ্যে মৃতদেহটো পাৰলৈ আনাৰ ব‍্যৱস্থা কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.