ETV Bharat / state

কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

author img

By

Published : Sep 2, 2019, 11:06 PM IST

নিশা বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷

কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

আমিনগাঁও, 2 ছেপ্তেম্বৰ :

  • কামৰূপৰ আমিনগাঁৱত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা
  • বন বিভাগৰ প্ৰত্যক্ষ হস্তক্ষেপত উত্তৰ কামৰূপৰ প্ৰান্তে প্ৰান্তে চোৰাং কাঠৰ ছিণ্ডিকেট
  • বৃহৎ ট্ৰেইলাৰ-কন্টেইনাৰত সৰবৰাহ হয় কোটি কোটি টকা মূল্যৰ চোৰাং কাঠ
    কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা
  • বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি অসাধু চক্ৰই চলাইছে চোৰাং কাঠৰ ক'লা বেহা
  • দেওবাৰে নিশা বন বিভাগৰ অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক
  • ট্ৰাকখনত কঢ়িয়াই আনিছিল প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ চেগুন কাঠ
  • জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ RJ-10-GB-1833

Intro:*SLUG= AMINGAON ILLEGEL WOODEN TRUCK SEIZED*

SCRIPT= কামৰূপৰ আমিনগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া বেহা । বন বিভাগৰ প্ৰত্যক্ষ হস্তক্ষেপত উত্তৰ কামৰূপৰ প্ৰান্তে প্ৰান্তে চোৰাং কাঠৰ ছিণ্ডিকেট । বৃহৎ ট্ৰেইলাৰ-কন্টেইনাৰত উত্তৰ কামৰূপৰ মাজেৰেই সৰবৰাহ হয় কৌটি কোটি টকা মূল্যৰ চোৰাং কাঠ ভৰ্তী ট্ৰাক । বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি অসাধু চক্ৰই চলাইছে চোৰাং কাঠৰ কলা বেহা । চেগাচেৰাকৈ আৰক্ষী-বন বিভাগে দুই এখন ট্ৰাক জব্দ কৰি পুনৰ গোপন বুজাবুজিৰে এৰি দিয়াৰো আছে গুৰুতৰ অভিযোগ ।Body:অৰুনাচল,মেঘালয়,নাগালেণ্ড,ৰাজস্থানলৈ অসমৰ পৰা প্ৰতি নিশাই উত্তৰ কামৰূপৰ মাজেৰেই সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে চোৰাং কাঠ । নিশা চিলা আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ে জব্দ কৰে চোৰাং কাঠ ভৰ্তী RJ-10-GB-1833 নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাক । ট্ৰাকখনত কঢ়িয়াই আনিছিল প্ৰায় ২০ লক্ষাধিক টকা মূল্যৰ চেগুন কাঠ । Conclusion:কাঠ ইফালে সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে চিলা বনাঞ্চলিক বিষয়া ৰঞ্জিত দত্ত । যি কথাই ৰহস্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.