ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত চোৰাং সোণসহ সৰবৰাহকাৰী আটক

author img

By

Published : Nov 2, 2020, 5:14 PM IST

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চোৰাংভাৱে সোণ সৰবৰাহ কৰি CISFৰ জালত পৰিল সৰবৰাহকাৰী। জব্দকৃত সোণখিনিৰ মূল্য ১৭ লাখ টকা। ধৃত সৰবৰাহকাৰীটোৰ নাম টাইজুদ্দিন।

বৰঝাৰ বিমানবন্দৰত চোৰাং সোণসহ সৰবৰাহকাৰী আটক
বৰঝাৰ বিমানবন্দৰত চোৰাং সোণসহ সৰবৰাহকাৰী আটক

দক্ষিণ কামৰূপ, ২ নৱেম্বৰ: চোৰাং সোণ সৰবৰাহৰ বাবে দক্ষিণ কামৰূপৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে বাৰে বাৰে বাচি লয় সৰবৰাহকাৰীয়ে। পুনৰ বৰঝাৰ বিমানবন্দৰত জব্দ হ'ল অবৈধভাৱে সৰবৰাহ কৰা ১৭ লাখ টকা মূল্যৰ সোণ। টাইজুদ্দিন নামৰ এজন লোকে সোণখিনি সৰবৰাহৰ চেষ্টা কৰিছিল।

বিস্কুট আকৃতিৰ সোণখিনি মলাশয়ত লুকুৱাই আনিছিল সৰবৰাহকাৰীটোৱে। CISFৰ নিয়মীয়া তালীচত জব্দ হয় ৩৫০গ্ৰাম সোণ। গুৱাহাটীৰ বিমানবন্দৰ পৰা SG961নম্বৰ বিমানেৰে বাংগালুৰুলৈ চোৰাংভাৱে সোণখিনি সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত সৰবৰাহকাৰীটোৱে।

ইয়াৰ পূৰ্বেও বিমানবন্দৰত সোণসহ কেইবাজনো লোক ধৰা পৰিছিল। সোণসহ আটক হোৱা সৰবৰাহকাৰীটোক CISFয়ে শুল্ক বিভাগৰ হাতত গতাই দিয়ে।

লগতে পঢ়ক:স্বেচ্ছাই অৱসৰ গ্ৰহণ সুদক্ষ আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.