ETV Bharat / state

আমিনগাঁৱত সজাগতা সভা

author img

By

Published : Aug 14, 2019, 2:37 PM IST

আমিনগাঁৱত আয়োজন কৰা হয় কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা ৷ সভাত দুৰ্ঘটনা ৰোধৰ বাবে বহু বিষয়ত আলোচনা কৰা হয় ৷

আমিনগাঁৱত সজাগতা সভা

আমিনগাঁও,14আগষ্ট : বুধবাৰে আমিনগাঁৱত আয়োজন কৰা হয় কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সজাগতা সভা ৷ সভাখনত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে পথ দুৰ্ঘটনা ১০% লৈ হ্ৰাস কৰিবলৈ বান্ধি দিয়া নিৰ্দেশ কেনেদৰে পালন কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰা হয় ৷ কামৰূপ জিলাৰ দুৰ্ঘটনা প্ৰৱণ ঠাই সমূহ চিনাক্ত কৰি ৰাইজক সজাগ কৰাৰ প্ৰস্তাৱ হিচাপে জিলাখনৰ সকলো চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীক লৈ দুৰ্ঘটনা প্ৰৱণ ঠাই সমূহত কাম কৰাৰ বাবে Dedicated Team গঠন কৰা হয় ৷ তদুপৰি জিলাখনৰ ৰাষ্ট্ৰীয় ঘাই পথ আৰু ৰাজ্যিক পথসমূহৰ কাষত থকা প্ৰায় ৩৫০ খন দুৰ্ঘটনা প্ৰৱণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কেনেদৰে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব পৰা যায় সেই সম্পৰ্কতো বিষদভাৱে আলোকপাত কৰা হয় ৷ উল্লিখিত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক পথ সুৰক্ষাৰ বাবে বিদ্যালয়সমূহৰ সন্মুখত বিপদ সংকেত চিহ্ন আৰি দিয়াৰো প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

Intro:আমিনগাঁও ত কামৰূপ জিলাৰ পথ সুৰক্ষা সমিতিৰ গুৰুত্ব পূৰ্ণ সজাগতা সভা।
জিলা খনৰ ২৫ টা দুৰ্ঘটনা প্ৰৱন অঞ্চল চিনাক্ত ৩৫০ বিদ্যালয় দুৰ্ঘটনা প্ৰৱনৰ অঞ্চল চিনাক্তকৰণ।

Body:কামৰূপ জিলা পথসুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভাখনিত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে পথ দুৰ্ঘটনা ১০% হাস কৰিবলৈ বান্ধি দিয়া নিৰ্দেশ কেনেদৰে পালন কৰিব সেই সম্পৰ্কে গভীৰ ভাৱে আলোচনা কৰা হয়।কামৰূপ জিলা দুৰ্ঘটনা প্ৰৱন ঠাই সমূহ চিনাক্ত কৰি ৰাইজক সজাগ কৰাৰ প্ৰস্তাৱ হিচাপে
জিলা খনৰ সকলো চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীক লৈ দুৰ্ঘটনা প্ৰৱন ঠাই সমূহত কাম কৰাৰ বাবে dedicated team গঠন কৰা হয়।তদুপৰি জিলাখনৰ ৰাষ্ট্ৰীয় ঘাই পথ আৰু ৰাজ্যিক পথ সমূহৰ কাষত থকা প্ৰায় ৩৫০ খন দুৰ্ঘটনা প্ৰৱন বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীক কেনেদৰে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ কৰিব পৰা যায় সেই সম্পৰ্কত বিষদভাবে আলোকপাত হয়।

Conclusion:উল্লিখিত বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীক পথ সুৰক্ষাৰ বাবে বিদ্যালয়ৰ সমূহৰ সমুখত বিপদ সংকেত চিহ্ন আৰি দিয়াৰ বাবে প্ৰস্তাৱ1গ্ৰহণ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.