ETV Bharat / state

আমিনগাঁওত পুনৰ ২০ জনকৈ লোকক কোৱাৰেণ্টাইন

author img

By

Published : May 16, 2020, 4:05 PM IST

Updated : May 17, 2020, 12:49 PM IST

কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে আই আই টি গুৱাহাটীৰ অতিথিশালা ,আমিনগাঁও পৰিদৰ্শন বঙলা, চাংসাৰি চিপেটৰ অতিথিশালা, হেভেলচ অতিথিশালা,শিঙিমাৰী মডেল হাস্পাতাল, মিৰ্জা পতঞ্জলি যোগ প্ৰতিষ্ঠান ভৱন আৰু হোটেলকে আদি কৰি কেইবাটাও ভৱন সাজু কৰি তোলা হৈছে

Again 20 peoples quarantine at amingaon
আমিনগাঁওত পুনৰ ২০ জনকৈ লোকক কোৱাৰেণ্টাইন

আমিনগাঁও,16মে'ঃ আমিনগাঁওত পুনৰ কামৰূপ জিলাৰ 20 জনকৈ লোক কোৱাৰেণ্টাইন৷ আটাইকেইজনকে আমিনগাঁও ৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত কোৱাৰেণ্টাইনত ৰখা হৈছে ৷ ইপিনে,বহিঃৰাজ্যৰ পৰা অহা 2000 লোকক কামৰূপ জিলাৰ বিভিন্ন ঠাইত কোৱাৰেণ্টাইনত ৰাখিবলৈ সাজু বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই ৷তাৰ বাবে ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে আই আই টি গুৱাহাটীৰ অতিথিশালা ,আমিনগাঁও পৰিদৰ্শন বঙলা, চাংসাৰি চিপেটৰ অতিথিশালা, হেভেলচ অতিথিশালা,শিঙিমাৰী মডেল হাস্পাতাল, মিৰ্জা পতঞ্জলি যোগ প্ৰতিষ্ঠান ভৱন আৰু হোটেলকে আদি কৰি কেইবাটাও ভৱন সাজু কৰি তোলা হৈছে বুলিও জানিবলৈ দিয়ে কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়কঃদিল্লীৰ এজন লোকে 50 দিন ধৰি গাড়ীৰ ভিতৰতেই কটাইছে জীৱন

Last Updated : May 17, 2020, 12:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.