ETV Bharat / state

উত্তৰ গুৱাহাটীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত 1 - গৌৰীপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সমুখত শোকাৱহ পথ দুৰ্ঘটনা

গেছ ছিলিণ্ডাৰ পৰিবাহী ট্ৰাকে খুন্দিওৱাৰ ফলত নিহত এগৰাকী মহিলা ৷ নিহত মহিলা গৰাকী উত্তৰ গুৱাহাটী জয়গুৰুস্থিত পম্পী থাপা বুলি জানিব পৰা গৈছে ।

Gauripur
উত্তৰ গুৱাহাটী
author img

By

Published : Sep 30, 2020, 1:20 PM IST

উত্তৰ গুৱাহাটী, 30 ছেপ্টেম্বৰঃ উত্তৰ গুৱাহাটী গৌৰীপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সমুখত শোকাৱহ পথ দুৰ্ঘটনা ৷ AS 25 BC 0150 নম্বৰৰ গেছ ছিলিণ্ডাৰ পৰিবাহী ট্ৰাকে খুন্দিওৱাৰ ফলত নিহত হয় এগৰাকী মহিলা। নিহত মহিলা গৰাকী উত্তৰ গুৱাহাটী জয়গুৰুস্থিত পম্পী থাপা বুলি জানিব পৰা গৈছে ।

গৌৰীপুৰ ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ সমুখত শোকাৱহ পথ দুৰ্ঘটনা
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকে ৷ কিন্ত আটক হয় হেণ্ডিমেন । নিহত পম্পী থাপা ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কলগেট উদ্যোগৰ কৰ্মচাৰী আছিল ।

লগতে পঢ়কঃ বিলাসীপাৰাত কাঠ ফলা কলৰ লগতে জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.