ETV Bharat / state

আছুৰ হস্তক্ষেপত ন্যায় পালে তিনি শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে

লক ডাউনৰ দোহাই দি আমিনগাঁও বাৰ আই টি পি এল উদ্যোগৰ মালিকপক্ষই কৰ্মচাৰী সকলক দৰমহা আদায় দিয়া নাছিল।ফলত নিজৰ প্ৰাপ্য বিচাৰি উদ্যোগটোৰ কৰ্মচাৰী সকলে লক ডাউন চলি থকা সত্বেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল৷

author img

By

Published : May 15, 2020, 7:53 PM IST

Updated : May 17, 2020, 12:48 PM IST

AASU's helps labours to get justice
আছুৰ হস্তক্ষেপত ন্যায় পালে তিনি শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে

আমিনগাঁও,15 মে'ঃ অৱশেষত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ হস্তক্ষেপত আমিনগাঁও ৰ আই টি পি এল উদ্যোগত কৰ্মৰত তিনি শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে ন্যায় পাবলৈ সক্ষম হয়। লক ডাউনৰ দোহাই দি আমিনগাঁও বাৰ আই টি পি এল উদ্যোগৰ মালিকপক্ষই কৰ্মচাৰী সকলক দৰমহা আদায় দিয়া নাছিল।ফলত নিজৰ প্ৰাপ্য বিচাৰি উদ্যোগটোৰ কৰ্মচাৰী সকলে লক ডাউন চলি থকা সত্বেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।শ্ৰমিকসকলৰ এই বিপদৰ সময়ত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা, সাধাৰণ সম্পাদক হেমন্ত দাস, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধমেৰ্শ্বৰ দাসৰ নেতৃত্বত আছুৰ এটা দলে উদ্যোগটোৰ কৰ্তৃপক্ষ আৰু উদ্যোগটোত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীৰ উপস্থিতিত এক আলোচনাত মিলিত হয় ৷এই আলোচনাত উদ্যোগটোৰ কৰ্তৃপক্ষই ছাত্ৰ সন্থাৰ দাবী সমূহ মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কোনো শ্ৰমিককে কামৰ পৰা অব্যাহতি নিদিয়াৰো প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে পঢ়কঃজিএমছিএইচ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : May 17, 2020, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.