ETV Bharat / state

কৰ'ণা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ছাত্রসন্থাৰ অভিযান - ৰঙিয়া ছাত্ৰসন্থা

সোমবাৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তেতেলীগুৰি, চৰিয়াদপুৰকে ধৰি এক বৃহৎ অঞ্চলত সজাগতা প্ৰদানৰ উদ্দেশ্য বিনামূলীয়া ছেনিটাইজাৰ, স্মাক বিতৰণ কৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷

AASU campaign at Rangia for raising awareness for corona
কৰ'ণা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ছাত্রসন্থাৰ অভিযান
author img

By

Published : Jun 22, 2020, 6:45 PM IST

ৰঙিয়া, 22 জুন: 19 জুনত ৰঙিয়াৰ অন্তৰ্গত তিনিটা অঞ্চলৰ তিনিজন ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি পোৱাৰ পাছতে আতংকিত হৈ পৰিছে ৰঙিয়াবাসী ৷ কৰ'ণাৰ ফলত বন্ধ হৈ পৰিছে দোকান-পোহাৰ ৷ শেহতীয়া পৰিস্থিতিত যিমান পাৰি সুৰক্ষিত হৈ চলাৰ চেষ্টা কৰিছে সমষ্টিবাসীয়ে ৷ এই ক্ষেত্ৰত অগ্ৰনী ভূমিকা পালন কৰিছে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷

কৰ'ণা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ছাত্রসন্থাৰ অভিযান

সোমবাৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তেতেলীগুৰি, চৰিয়াদপুৰকে ধৰি এক বৃহৎ অঞ্চলত সজাগতা প্ৰদানৰ উদ্দেশ্য বিনামূলীয়া ছেনিটাইজাৰ, স্মাক বিতৰণ কৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ বৃহত্তৰ অঞ্চলটোৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰায় 500 লোকৰ মাজত ছাত্র সন্থাই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।
লগতে পঢ়কঃ মদনপুৰ টোলগেটক লৈ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.