ETV Bharat / state

কলহী নৈত সন্ধানহীন যুৱক

সোমবাৰৰ নিশা বিহুৰ অনুষ্ঠান চাবলৈ গৈ কলহী নৈত পৰি সন্ধানহীন হৈ আছে ছয়গাঁও ঢেকেনাবৰীৰ মহেশ কলিতা (১৮) ৷ এছডিআৰএফে কলহী নৈত চলাই আছে উদ্ধাৰ অভিযান ৷

author img

By

Published : Apr 20, 2021, 5:21 PM IST

কলহী নৈত পৰি সন্ধানহীন ছয়গাঁৱৰ যুৱক
কলহী নৈত পৰি সন্ধানহীন ছয়গাঁৱৰ যুৱক

বকো,20 এপ্ৰিল: সোমবাৰে ছয়গাঁৱৰ সাপৰটাৰীত সংঘটিত হৈছে এক অঘটন । সোমবাৰৰ নিশা বিহুৰ অনুষ্ঠান চাবলৈ গৈ কলহী নৈত পৰি এজন যুৱক সন্ধানহীন হৈ আছে ৷ জানিব পৰা মতে, সন্ধানহীন হৈ থকা যুৱকগৰাকী হৈছে ছয়গাঁও ঢেকেনাবৰীৰ ১৮ বছৰীয়া মহেশ কলিতা ৷

কলহী নৈত পৰি সন্ধানহীন ছয়গাঁৱৰ যুৱক
কলহী নৈত পৰি সন্ধানহীন ছয়গাঁৱৰ যুৱক

প্ৰাপ্ত তথ্য অনুসৰি, এছডিআৰএফে কলহী নৈত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷ কিন্তু বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনক ৷

লগতে পঢ়ক: তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.