ETV Bharat / state

ৰাজ্যত পুনৰ ধাৰাষাৰ বৃষ্টিপাতৰ আশংকা

author img

By

Published : Jul 24, 2019, 10:10 PM IST

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ ৷ ৰাজ্যবাসীয়ে বানৰ পৰা কিছু সকাহ পোৱাৰ সময়তে এনে খবৰে পুনৰ বানে সংহাৰী ৰূপ লোৱাৰ আশংকা কৰা হৈছে ।

ৰাজ্যত পুনৰ ধাৰাষাৰ বৃষ্টিপাতৰ আশংকা

গুৱাহাটী,24জুলাইঃ ৰাজ্যত পুনৰ জটিল হ'ব পাৰে বান পৰিস্থিতি ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ ৷ ৰাজ্যবাসীয়ে বানৰ পৰা কিছু সকাহ পোৱাৰ সময়তে এনে খবৰে পুনৰ বানে সংহাৰী ৰূপ লোৱাৰ আশংকা কৰা হৈছে ।

ৰাজ্যত পুনৰ ধাৰাষাৰ বৃষ্টিপাতৰ আশংকা

উল্লেখ্য যে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটী আৰু দাতিকাষৰীয়া অঞ্চলসমূহৰ লগতে অসমৰ বিভিন্ন ঠাই আৰু মেঘালয়, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ । এই কথা সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । লগতে এই বৰষুণ ২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ হোৱাৰ সম্ভাৱণা আছে বুলি মত প্ৰকাশ কৰে ।

Intro:সাৱধান অসমবাসী ৰাইজ ! ৰাজ্যত আকৌ হোৱাৰ সম্ভাৱণা আছে ধাৰাষাৰ বৃষ্টিপাত ! Body:Ocvo..সাৱধান অসমবাসী ৰাইজ ! ৰাজ্যত আকৌ হোৱাৰ সম্ভাৱণা আছে ধাৰাষাৰ বৃষ্টিপাত ! ৰাজ্যবাসীয়ে বানৰ পৰা কিছু সকাহ পোৱাৰ সময়তে পুনৰ আহিব পাৰে বৰষুণ । আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটী আৰু দাতিকাষৰীয়া অঞ্চলসমুহৰ লগতে অসমৰ বিভিন্ন ঠাইত আৰু মেঘালয়,অৰুণাচল,নাগালেণ্ড,মণিপুৰ,মিজোৰাম,ত্ৰিপুৰাত আগন্তুক ৫ দিনলৈ হ'ব পাৰে ধাৰাষাৰ বৰষুণ । এই কথা সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । অসমবাসী বানাক্ৰান্ত ৰাইজে বানৰ কৱলৰ পৰা কিছু সকাহ লৈ বান শিৱিৰৰ পৰা ঘৰমুৱা হৈছিল কিন্তু যদিহে পুনৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ আহে তেনেহ'লে ৰাজ্যত পুনৰ ভয়াৱহ হ'ব পাৰে বান পৰিস্থিতি ।

Bite..
Conclusion:২৫ জুলাইৰ পৰা ৩০ জুলাইলৈ হোৱাৰ সম্ভাৱণা আছে এই বৰষুণ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.