আমিনগাঁও, 30 অক্টোবৰঃ ইতিহাসৰ এটা কলংকিত দিন। 30 অক্টোবৰ,মহানগৰীত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি 11 টা বছৰ অতিক্ৰম কৰিলে ৷ এই দিনটোতে অসমৰ বহু স্থানত উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। সমগ্ৰ অসমত 30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত মৃত্যু হৈছিল 81 জন নিৰীহ লোকৰ ৷ এই ক'লা দিনটোৰ কথা মনত পৰিলে দুৰ্ভগীয়া পৰিয়াল কেইটা আজিও উচুপি উঠে ৷ সেই ভয়াৱহ ঘটনাত প্ৰাণ হেৰুৱাইছিল উত্তৰ গুৱাহাটী লেঙাৰ সৰবৰহী যুৱক তোলেন দাসে ৷ পানবজাৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত থিতাতে প্ৰাণ হেৰুৱাইছিল তোলেন দাসে ৷ পুৱাতেই কামলৈ বুলি ওলাই যোৱা তোলেন আৰু ঘূৰি নাহিল সুস্থ অৱস্থাত, আহিল নিথৰ দেহ হৈ । তোলেনৰ স্মৃতিয়ে আজিও আমনি কৰে দুৰ্ভগীয়া পৰিয়ালটোক ৷ সেয়ে তোলেনে ব্যৱহাৰ কৰা চাইকেল খন আজিও সযতনে সাঁচি ৰাখিছে পৰিয়ালটোৱে ৷ বুধবাৰে তোলেনৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই সুঁৱৰিলে পৰিয়ালৰ লোকে ৷
30 অক্টোবৰৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা তোলেনক সুঁৱৰিলে পৰিয়ালে
সেই ভয়াৱহ ঘটনাত প্ৰাণ হেৰুৱাইছিল উত্তৰ গুৱাহাটী লেঙাৰ সৰবৰহী যুৱক তোলেন দাসে ৷ পানবজাৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত থিতাতে প্ৰাণ হেৰুৱাইছিল তোলেন দাসে ৷ পুৱাতেই কামলৈ বুলি ওলাই যোৱা তোলেন আৰু ঘূৰি নাহিল সুস্থ অৱস্থাত, আহিল নিথৰ দেহ হৈ ।
আমিনগাঁও, 30 অক্টোবৰঃ ইতিহাসৰ এটা কলংকিত দিন। 30 অক্টোবৰ,মহানগৰীত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি 11 টা বছৰ অতিক্ৰম কৰিলে ৷ এই দিনটোতে অসমৰ বহু স্থানত উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। সমগ্ৰ অসমত 30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত মৃত্যু হৈছিল 81 জন নিৰীহ লোকৰ ৷ এই ক'লা দিনটোৰ কথা মনত পৰিলে দুৰ্ভগীয়া পৰিয়াল কেইটা আজিও উচুপি উঠে ৷ সেই ভয়াৱহ ঘটনাত প্ৰাণ হেৰুৱাইছিল উত্তৰ গুৱাহাটী লেঙাৰ সৰবৰহী যুৱক তোলেন দাসে ৷ পানবজাৰত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত থিতাতে প্ৰাণ হেৰুৱাইছিল তোলেন দাসে ৷ পুৱাতেই কামলৈ বুলি ওলাই যোৱা তোলেন আৰু ঘূৰি নাহিল সুস্থ অৱস্থাত, আহিল নিথৰ দেহ হৈ । তোলেনৰ স্মৃতিয়ে আজিও আমনি কৰে দুৰ্ভগীয়া পৰিয়ালটোক ৷ সেয়ে তোলেনে ব্যৱহাৰ কৰা চাইকেল খন আজিও সযতনে সাঁচি ৰাখিছে পৰিয়ালটোৱে ৷ বুধবাৰে তোলেনৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই সুঁৱৰিলে পৰিয়ালৰ লোকে ৷
👉🏾 আজি অভিশপ্ত ৩০ অক্টোবৰ ।
👉🏾মানুহৰ তেজেৰে ফাকু খেলা এটা শিহৰণকাৰী দিন ।
👉🏾ছিৰিয়েল বোমা বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ ৰাজ্য ।
👉🏾নিমিষতে থানবান হৈ পৰিছিল বহু পৰিয়ালৰ বহু জীয়া সপোন ।
Body:
👉🏾উত্তৰ গুৱাহাটী লেঙাৰ সৰবৰহী যুৱক তোলেন দাসে প্ৰাণ হেৰুৱাইছিল পানবজাৰত ।
👉🏾পুৱাতেই কামলৈ বুলি ওলাই যোৱা তোলেন ঘূৰি আহিল নিথৰ দেহ হৈ ।
👉🏾তোলেনে ব্যৱহাৰ কৰা চাইকেল খন আজিও সজতনে ৰাখিছে পৰিয়ালটোৱে ।
👉🏾তোলেনৰ স্মৃতিয়ে আজিও হাহাকাৰ কৰে দূৰ্ভগীয়া পৰিয়ালটোক ।Conclusion:
👉🏾কপি উঠে প্ৰতিজন সদস্যৰ অন্তৰ ।
👉🏾তোলেনৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰিলে দুৰ্ভগীয়া পৰিয়ালটোৱ ।