ETV Bharat / state

সনাতন ডেকা হত্যাকাণ্ড : 3 অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

author img

By

Published : May 26, 2020, 7:01 PM IST

হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডৰ লগত জড়িত 3 অভিযুক্তক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ৷

ETV BHARAT
সনাতন ডেকা হত্যাকাণ্ডৰ 3 অভিযুক্তক আৰক্ষী জিম্মালৈ প্ৰেৰণ

কামৰূপ,26 মে : হাজোৰ সনাতন ডেকা হত্যাকাণ্ডৰ লগত জড়িত 3 অভিযুক্তক হাজো বিষ্ণু ৰাম মেধি সামূহিক কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ অভিযুক্ত কেইজন হ'ল ফইজুল হক, ইউচুফ আহমেদ আৰু আব্দুল জলীল ৷

সনাতন ডেকা হত্যাকাণ্ড : 3 অভিযুক্তক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ইয়াৰ পাচতে হাজো ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত কেইজনক ৷ ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত কেইজনক ৷

লগতে পঢ়ক- তিনিচুকীয়াত বানৰ সংহাৰী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.