ETV Bharat / state

অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জুবিন গাৰ্গৰ

author img

By

Published : Apr 16, 2020, 9:57 AM IST

হেঁপাহৰ ৰঙালী বিহুটিত অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জুবিন গাৰ্গৰ ৷ লক ডাউনৰ বাবে মুম্বাইতে থাকিবলগীয়া হৈছে শিল্পীগৰাকী ৷

Zubeen Garg Bihu wishes to the people of Assam
অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জুবিন গাৰ্গৰ

গুৱাহাটী, 16 এপ্ৰিল: অসমীয়া জাতিৰ হেঁপাহৰ ৰঙালী বিহুটিত অসমবাসী ৰাইজলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷ বিহুৰ এই সময়চোৱাত লক ডাউনৰ বাবে মুম্বাইতে থাকিবলগীয়া হৈছে শিল্পীগৰাকী ৷ কৰ'ণাৰ এই উৎপাত সহ্য হোৱা নাই বুলি উল্লেখ কৰি শীঘ্ৰে অসমলৈ ঘূৰি অহাৰ কথা জনালে শিল্পীগৰাকীয়ে ৷

উল্লেখ্য যে লক ডাউনৰ সময়চোৱাত "চিলা" নামৰ নতুন এলবামৰ কামত ব্যস্ত হৈ থকা বুলিও উল্লেখ কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷ নিজৰ আইতাকৰ হাৰমনিয়ামৰে গীত গাই নষ্টালজিক হৈ পৰিল শিল্পী জুবিন গাৰ্গ ৷ বৰ্তমান চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰত দুখন মাছমৰীয়া নাও ডুবাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.