ETV Bharat / state

NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ সাত অভিযুক্ত

author img

By

Published : Aug 2, 2019, 12:20 PM IST

শুকুৰবাৰে দ্বিতীয়বাৰৰ বাবে এন আই এ আদালতত হাজিৰ কৰোৱা হয় জুৰোড বিস্ফোৰণৰ সাত অভিযুক্তক ৷

NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ সাত অভিযুক্ত
  • জু ৰোডৰ বিস্ফোৰণত জড়িতক আদালতত হাজিৰ
  • দ্বিতীয়বাৰৰ বাবে এন আই এৰ আদালতত হাজিৰ ৭ অভিযুক্তক
  • ১৪ দিনৰ ন্যায়িক জিম্মাৰ পাছত আজি আদালতত হাজিৰ কৰোৱা হয় অভিযুক্তক সকলক
  • জু ৰোড সমীপৰ চেন্ট্ৰেল মলৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাত জড়িত আটাইকেইজন
  • বিচাৰ প্ৰক্ৰিয়া আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰিছিল
  • আদালতত হাজিৰ কৰোৱা অভিযুক্ত কেইজন ক্ৰমে বিজয় অসম,জাহ্নৱী শইকীয়া,
  • প্ৰাণময় ৰাজগুৰু,সঞ্জীৱ তালুকদাৰ,চিন্ময় লহকৰ,অমৃত বল্লভ গোস্বামী,প্ৰকাশ ৰাজকোঁৱৰ

Intro:জু ৰোডৰ বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া আদালতৰ পৰা এন আই এৰ আদালতলৈ হস্তান্তৰ কৰা পাছত আজিৰ দ্বিতীয় বাবে এন আই এৰ আদালতত হাজিৰ কৰোৱা হ'ল জু ৰোড সমীপৰ চেণ্ট্ৰেল মলৰ গ্ৰেণেড বিস্ফোৰণৰ ৭ অভিযুক্তক

Body:১৪ দিনৰ ন্যায়িক জিম্মাৰ পাছত আজি দ্বিতীয় বাবে এন আই এৰ আদালতত হাজিৰ কৰোৱা হ'ল জু ৰোড সমীপৰ চেণ্ট্ৰেল মলৰ গ্ৰেণেড বিস্ফোৰণৰ ৭ অভিযুক্তক । আদালতত হাজিৰ কৰোৱা অভিযুক্ত কেইজন ক্ৰমে বিজয় অসম , জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰ ।

Byte অভিযুক্ত প্ৰাণময় ৰাজগুৰু

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.