ETV Bharat / state

যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস - GUWAHATI

কেইবাগৰাকীও সাংবাদিকক বঁটা প্ৰদান

প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস "যুৱ সাংবাদিক সন্থা অসমৰ"
author img

By

Published : Feb 12, 2019, 6:45 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় যুৱ সাংবাদিক সন্থা,অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস । পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সভাপতি চন্দন দাসে ।

প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস "যুৱ সাংবাদিক সন্থা অসমৰ"
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও শিতানত প্ৰদান কৰা হয় বঁটা। শ্ৰেষ্ঠ বাতৰি পৰিবেশিকাৰ সন্মান লাভ কৰে ৰশ্মিতা গোস্বামীয়ে আৰু শ্ৰেষ্ঠ বাতৰি পৰিবেশকৰ সন্মান লাভ কৰে মানস প্ৰতিম ডেকাই ।
undefined

ইপিনে সংবাদ শিৰোমণি শিতানত তিনিগৰাকীকৈ সাংবাদিকক দিয়া হয় সন্মান । এওঁলোকৰ মাজত আছে কুমুদ দাস, পুলক কুমাৰ ডেকা আৰু দেৱজিৎ তালুকদাৰ । আনহাতে বন্যপ্ৰাণী আৰু পৰিবেশ সংক্ৰান্তীয় বাতৰিৰ বাবে বঁটা লাভ কৰে চিত্ৰ কমল বেজবৰাই । লগতে জ্যেষ্ঠ যুৱ সাংবাদিক সন্মান লাভ কৰিবলৈ সক্ষম হয়প্ৰাঞ্জল প্ৰাণ খাউণ্ডে ।

Intro:মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যুৱ সাংবাদিক সন্থা অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠানৰ ।প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সভাপতি চন্দন দাসে ।ইয়াৰ পিছতেই আৰম্ভ হোৱা মূল সভাত অসমৰ বহু কেইগৰাকী নবীন প্ৰবীব সাংবাদিকে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰ্তমান সংবাদ মাধ্যমৰ পৰিস্থিতি সন্দৰ্ভত ভাষন আগবঢ়াই ।এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংবাদ জগতৰ বহু কেইটা শিতানত সন্মান জনাই ।চাৰিটা শিতানত আগবঢ়োৱা শ্ৰেষ্ঠ বাতৰি পৰিবেশিকাৰ সন্মান লাভ কৰে নিউজ 18 অসম নৰ্থ ইষ্ট ৰ জেষ্ঠা বাতৰি পৰিবেশিকা ৰশ্মিতা গোস্বামীয়ে আৰু শ্ৰেষ্ঠ বাতৰি পৰিবেশক pratidin time ৰ মানস প্ৰতিম ডেকাক ।লগতে সংবাদ শিৰোমণি সন্মান শিতানত তিনি গৰাকী সাংবাদিকক সন্মান দিয়ে কুমুদ দাস (dy365)পুলক কুমাৰ ডেকা (news live)দেৱজিৎ তালুকদাৰ (Assam talks) ।বন্যপ্ৰাণী আৰু পৰিবেশ সংক্ৰান্তীয় সন্মান চিত্ৰ কমল বেজবৰা (prag news),জেষ্ঠ যুৱ সাংবাদিক সন্মান প্ৰাঞ্জল প্ৰাণ খাউণ্ড ধৰি (Niyomia barta) । শিতান সমূহত মুঠ সাতগৰাকীক সন্মান প্ৰদান কৰা হয় ।

Body:লিপিকা ডেকা ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.