ETV Bharat / state

দ্বীপৰ বিলত উদযাপন বিশ্ব পৰ্যটন দিৱস - Tour Oparetor Of Assam

'INDIA Tourism'ৰ গুৱাহাটীস্থিত উত্তৰ-পূৱ মণ্ডলৰ আঞ্চলিক কাৰ্যালয় আৰু 'Tour Oparetor Of Assam'ৰ যৌথ উদ্যোগত পালন কৰা হয় বিশ্ব পৰ্যটন দিৱস ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন দিৱসৰ এইবছৰৰ আয়োজক দেশ ভাৰত ৷

মহানগৰীত বিশ্ব পৰ্যটন দিৱস উদযাপন
author img

By

Published : Sep 27, 2019, 11:14 PM IST

গুৱাহাটী , 27 চেপ্তেম্বৰঃ মহানগৰীৰ দ্বীপৰ বিলত শুকুৰবাৰে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস৷ 'INDIA Tourism'ৰ গুৱাহাটীস্থিত উত্তৰ-পুৱ মণ্ডলৰ আঞ্চলিক কাৰ্য্যলয় আৰু 'Tour Oparetor Of Assam'ৰ যৌথ উদ্যোগত আৰু 'ৰংমন Tourism' সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস আয়োজন কৰা হয় দ্বীপৰ বিলত ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা দ্বীপৰ বিলৰ পাৰত চাফাই অভিযান কাৰ্যসূচীৰ লগতে ডাষ্টবিন স্থাপন কৰা হয় ৷ দ্বীপৰ বিলৰ পাৰৰ পৰা ১২ নং ৰাণীৰ চাটাৰগাঁৱলৈ এটি চাইকেল ৰেলী উলিওৱাৰ লগতে পৰ্যটকৰ সুবিধাৰ বাবে এটি অতিথি গৃহ উদ্ধোধন কৰে ৰাভা হাছংৰ মুখ্য কাৰ্য্যবাহী সম্পাদক টংকেশ্বৰ ৰাভাই ৷ পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক অনুস্থানো অনুস্থিত কৰা হয় ৷ উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন দিৱসৰ এইবছৰৰ আয়োজক দেশ ভাৰত ৷

Intro:আজি বিশ্ব পৰ্যটন দিৱস ! মহানগৰীৰ দ্বীপৰ বিলতো উদযাপিত হ'ল বিশ্ব পৰ্যটন দিৱস Body:Ocvo..আজি বিশ্ব পৰ্যটন দিৱস । ৰাজ্যজুৰি পালন হ'ল বিশ্ব পৰ্যটন দিৱস । মহানগৰীৰ দ্বীপৰ বিলতো উদযাপিত হ'ল বিশ্ব পৰ্যটন দিৱস । INDIA Tourismৰ গুৱাহাটীস্থিত উত্তৰ-পুৱ মণ্ডলৰ আঞ্চলিক কাৰ্য্যলয় আৰু Tour Oparetor Of Assamৰ যৌথ উদ্যোগত আৰু ৰংমন Tourism সহযোগত বৰ্নাঢ্য কাৰ্যসুচীৰে উদযাপিত হয় বিশ্ব পৰ্যটন দিৱস । ৰংমন Tourism Societyৰ সহযোগত অনুস্থিত বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা দ্বীপৰ বিলৰ পাৰত চাফাই অভিযান কাৰ্যসুচীৰ লগতে ডাষ্টবিন স্থাপন কৰা হয় । তাৰপিছত দ্বীপৰ বিলৰ পাৰৰ পৰা ১২ ৰাণীৰ চাটাৰগাওলৈ এটি চাইকেল ৰেলী উলিওৱা হয় আৰু তাত পৰ্যটকৰ সুবিধাৰ বাবে এটি অতিথি গৃহ উদ্ধোধন কৰে ৰাভা হাছংৰ মুখ্য কাৰ্য্যবাহী সম্পাদক টংজেশ্বৰ ৰাভাই ।

Bite1..টংকেশ্বৰ ৰাভা ।

ইয়াৰপিছতে দ্বীপৰ বিল চকৰ্দৌৰ সভাঘৰত অনুস্থিত হয় পৰ্যটনৰ ৰাজহুৱা সভা । এই ৰাজহুৱা সভাত উপস্থিত থাকে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ লগতে পৰ্যটন বিভাগৰ বহুতো বিষয়া ।

Bite2..জয়ন্ত মল্ল
Conclusion:আনহাতে এই পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুস্থানো অনুস্থিত হয় ।

Bite3. ৰংমন চচাইটি ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.