ETV Bharat / state

আজি বিশ্ব চাইকেল দিৱস

author img

By

Published : Jun 3, 2019, 8:06 AM IST

Updated : Jun 3, 2019, 9:49 AM IST

বিশ্ব চাইকেল দিৱস উপলক্ষে সোমবাৰে পুৱা চাইকেল লৈ মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল মহানগৰবাসী ৷ চাইকেল চলাই নিজৰ স্বাস্থ্য উন্নত কৰাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰিব পাৰি ৷

আজি বিশ্ব চাইকেল দিৱস

গুৱাহাটী, 03 জুন : আজি বিশ্ব চাইকেল দিৱস ৷ বিশ্ব চাইকেল দিৱস উপলক্ষে সোমবাৰে পুৱা চাইকেল লৈ মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল মহানগৰবাসী ৷ সমাজত পৰিৱৰ্তন বিচাৰি যুৱক-যুৱতী,পুৰুষ-মহিলাই মহানগৰীৰ ৰাজপথত চলালে চাইকেল ৷

পৰিৱৰ্তণৰ বাবে পেডেল মহানগৰবাসীৰ

'পেডেল ফৰ এ চেঞ্জ' নামৰ সন্থাটোৰ উদ্যোগত সোমবাৰে পুৱাই মহানগৰীত বিশ্ব চাইকেল দিৱস পালন কৰা হয় ৷ পুৱা 6 বজাত মহানগৰীৰ দীঘলীপুখুৰী, চান্দমাৰী,নেহৰু ষ্টেডিয়াম আৰু মালিগাঁৱৰ পৰা শতাধিক লোকে ৰাজপথত চাইকেল চলাই ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায় ৷ চাইকেল চলালে নিজৰ স্বাস্থ্যৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰি ৷ ইন্ধনচালিত বাহনৰ ব্যৱহাৰ কমকৈ কৰি,ৰাইজে চাইকেল চলাই নিজৰ স্বাস্থ্য উন্নত কৰাৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰিব পাৰে ৷ ইয়াৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে 'পেডেল ফৰ এ চেঞ্জ'ৰ উদ্যোগত মহানগৰীৰ বিভিন্ন ঠাইত চাইক্লিং কৰা হয় ৷ মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ওলোৱা এই চাইকেল ৰেলী শিল্পগ্ৰামত সমাপ্ত ঘটে ৷ ইয়াৰোপৰিও বিশ্ব চাইকেল দিৱস উপলক্ষে শিল্পগ্ৰামত আজি পেডেল ফৰ এ চেঞ্জ'ৰ উদ্যোগত চাইকেলক লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

Intro:সোমবাৰে পুৱাই পৰিৱৰ্তন বিচাৰি ৰাজপথত ওলাই আহিল মহানগৰবাসী। চাইকেলৰ পেডেল মাৰি পৰিৱৰ্তন বিচাৰিছে এই সকল লোক।

Body:৩ জুন বিশ্ব চাইকেল দিৱস উপলক্ষে মহানগৰীত পুৱাই নিজৰ নিজৰ চাইকেল লৈ ৰাজপথত ওলাই আহিল মহানগৰবাসী। সমাজত পৰিবৰ্তন বিচাৰি যুৱক-যুৱতী, পুৰুষ-মহিলাই মহানগৰীৰ ৰাজপথত চলালে চাইকেল। 'পেডেল ফৰ এ চেঞ্জ' নামৰ সন্থাৰ উদ্যোগত আজি মহানগৰীত পালন কৰা হয় বিশ্ব বিশ্ব চাইকেল দিৱস। পুৱা ৬ বজাত মহানগৰীৰ দিঘলীপুখুৰী, চন্দমাৰী, নেহৰু ষ্টেডিয়াম আৰু মালিগাঁৱৰ পৰা শতাধিক লোকে ৰাজপথত চাইকেল চলাই ৰাইজক চাইকেল চলাবলৈ আহ্বান জনায়। চাইকেল চলালে নিজৰ স্বাস্থ্যৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰি। ইন্ধনচলিত বাহনৰ ব্যৱহাৰ কমকৈ কৰি ৰাইজে ৰাইজে চাইকেল চলাই নিজৰ স্বাস্ত্যৰ লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰে ইয়াৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে 'পেডেল ফৰ এ চেঞ্জ'ৰ উদ্যোগত মহানগৰীৰ বিভিন্ন ঠাইত চাইকেলিং কৰা হয়।

বাইট : অনুপ চেতিয়া, 'পেডেল ফৰ এ চেঞ্জ'ৰ সদস্য

Conclusion:মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা ওলোৱা এই চাইকেল ৰেলী শিল্পগ্ৰামত সমাপ্ত ঘটে। বিশ্ব চাইকেল দিৱস উপলক্ষে শিল্পগ্ৰামত আজি পেডেল ফৰ এ চেঞ্জ'ৰ উদ্যোগত চাইকেলক লৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
Last Updated : Jun 3, 2019, 9:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.