ক্ষেত্ৰী,8মাৰ্চ: বিশ্বৰ ভিন্ন প্ৰান্তৰ দৰে শুকুৰবাৰে ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়তো পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস । মহিলা কোষ ডিমৰীয়া মহাবিদ্যালয় শিক্ষক সন্থাৰ সৌজন্যত মহাবিদ্যালয়খনত পালন কৰা আন্তৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ লগত সংগতি ৰাখি দুগৰাকীকৈ কৃতি ছাত্ৰীক সম্বৰ্ধনাও জনোৱা হয় । অনুষ্ঠানখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ দীপা বৰদলৈ মেধি আৰু ড০ সৰলা বৈশ্য ভূঞা লগতে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক নগেন্দ্ৰ নাথ মেধি , হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক মোহিনীমোহন ডেকা , মহিলা কোষৰ সভাপতি বিৰজা তালুকদাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি প্ৰদিপ গোস্বামী , মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ লগতে শিক্ষাৰ্থীসকল ।
ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন - আন্তৰ্জাতিক
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ দীপা বৰদলৈ মেধি
![ডিমৰীয়া মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2638850-420-d1fa3b6c-d9a9-45af-bd47-6c4b1502a020.jpg?imwidth=3840)