ETV Bharat / state

ভূতনাথত ৰে'লৰ চেপাত মহিলাৰ মৃত্যু

সোমবাৰে নিশা ভূতনাথত ৰে'লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয়৷ স্থানীয় লোকৰ সন্দেহ অনুসৰি মহিলা গৰাকীয়ে আত্মহত্যা কৰিছে ৷

author img

By

Published : Dec 31, 2019, 8:31 AM IST

Bhootnath
ভূতনাথত ৰে'লৰ চেপাত মহিলাৰ মৃত্যু

গুৱাহাটী, 31 ডিচেম্বৰঃ সোমবাৰে নিশা মহানগৰীৰ ভূতনাথত ৰে'লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু হয় ৷ মৃত মহিলা গৰাকী ভূতনাথৰ সীমা দেৱী বুলি চিনাক্ত কৰা হৈছে।

ভূতনাথত ৰে'লৰ চেপাত মহিলাৰ মৃত্যু

ৰে'ল লাইনত স্থানীয় ৰাইজে চূৰ্ণ বিচূৰ্ণ অৱস্থাত মহিলা গৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি এই সন্দৰ্ভত অৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত কামাখ্যা জি আৰ পি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ একাংশ লোকৰ সন্দেহ অনুসৰি মহিলা গৰাকীয়ে ৰে'লৰ আগত পৰি আত্মহত্যা কৰিছে ৷ কিন্তু আৰক্ষীৰ তদন্তৰ পিচতহে এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া পোহৰলৈ আহিব ৷

লগতে পঢ়ক - ভাৰত ভূটান সীমান্তৰ আন্তঃৰাষ্ট্ৰীয় তোৰণ মুকলি

Intro:নিশা মহানগৰীৰ ভূতনাথত অঘটন। ৰে'লৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী ভূতনাথৰ সীমা দেৱী বুলি চিনাক্ত কৰা হৈছে। ৰে'ল লাইনত মহিলাগৰাকীৰ মৃতদেহ চূৰ্ণ বিচূৰ্ণ হৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ৰে'ল আৰক্ষীক। পিছত ঘটনাস্থলীত কামাখ্যা জি আৰ পি উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহটো মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ। উল্লেখযোগ্য যে ৰে'লৰ আগত পৰি আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই। কিন্তু আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এয়া আত্মহত্যা নে দুৰ্ঘটনা। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.