ETV Bharat / state

পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে স্মাৰ্ট চিটি প্ৰকল্পৰ বিশুদ্ধ খোৱা পানীৰ এটিএম

author img

By

Published : Jun 13, 2020, 8:11 PM IST

মহানগৰীৰ বিভিন্ন অঞ্চলত চৰকাৰে স্থাপন কৰা ৩০টাকৈ বিশুদ্ধ খোৱা পানীৰ এ টি এম এতিয়া সম্পূৰ্ণ বিকল ৷ এটুপিও পানী নোলায় সেই এ টি এম সমূহৰ পৰা ৷

water atm machines are damaged in guwahati

গুৱাহাটী, 13 জুনঃ ২০১৮ চনত গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অন্তৰ্গত মহানগৰীৰ বিভিন্ন অঞ্চলত চৰকাৰে স্থাপন কৰিছিল ৩০টাকৈ বিশুদ্ধ খোৱা পানীৰ এ টি এম ৷ 1ৰ পৰা 20 টকা পানীৰ এ টি এমত প্ৰদান কৰিলেই ৰাইজে লাভ কৰিছিল বিশুদ্ধ খোৱা পানী ৷ প্ৰথম অৱস্থাত ৰাইজ চৰকাৰৰ এই সুবিধাৰ ফলত যথেষ্ট উপকৃত হৈছিল যদিও,পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল ইয়াৰ ওলোটা দৃশ্য ৷

পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে স্মাৰ্ট চিটি প্ৰকল্পৰ বিশুদ্ধ খোৱা পানীৰ এটিএম

কিছুদিনৰ বাবে মহানগৰীত ৰাইজে অতি কম মূল্যত বিশুদ্ধ খোৱা পানী লাভ কৰিছিল ৷ কিন্তু এতিয়া ৰাইজ আকৌ নিৰ্ভৰশীল হ'বলগীয়া হৈছে পৌৰ নিগমে যোগান ধৰা পানীৰ ওপৰত ৷ কিয়নো চৰকাৰে দুবছৰ পূৰ্বে স্থপন কৰা বিশুদ্ধ খোৱা পানীৰ এ টি এম সমূহ এতিয়া বিকল ৷ এটুপিও পানী নোলায় এ টি এম সমূহৰ পৰা ৷ সম্প্ৰতি মহানগৰীৰ বিভিন্ন অঞ্চলত পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে বিশুদ্ধ খোৱা পানীৰ এই এ টি এম সমূহ ৷

লগতে পঢ়কঃ কলগাছিয়াত বেঁকী নৈৰ সোঁতত সলিল সমাধি এটি শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.