ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত বিজয়া ৰাহাতকাৰ

author img

By

Published : Sep 17, 2020, 10:55 PM IST

তিনিদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বিজয়া ৰাহাতকাৰ ৷ অসমৰ পিছতে মেঘালয়ত সভানেত্ৰীগৰাকী উপস্থিত হৈ দৰিদ্ৰ মহিলাৰ লগত বাৰ্তালাপ কৰাৰ লগতে চেনিটেৰী নেপকিন বিতৰণ কৰে ৷

Vijaya rahatkar in assam guwahati etv bharat news
বিজয়া ৰাহাতকাৰ

গুৱাহাটী,17 ছেপ্তেম্বৰ: অসমত উপস্থিত হৈছে মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বিজয়া ৰাহাতকাৰ ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে সেৱা সপ্তাহৰ লগতে দেশত ভিন্ন কাৰ্যসূচী পালন কৰিছে বিজেপিৰ কৰ্ম-কৰ্তাসকলে ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি তিনিদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হৈছে বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী বিজয়া ৰাহাতকাৰ ৷ অসমৰ পিছতে মেঘালয়ত সভানেত্ৰীগৰাকী উপস্থিত হৈ দৰিদ্ৰ মহিলাৰ লগত বাৰ্তালাপ কৰাৰ লগতে চেনিটেৰী নেপকিন বিতৰণ কৰে ৷ ইয়াৰ উপৰিও এক গছপুলি ৰোপণৰ কাৰ্যসূচীটো অংশ লয় নেত্ৰীগৰাকীয়ে ৷ ৰাষ্ট্ৰীয় সভানেত্ৰীগৰাকীক উক্ত কাৰ্যসূচীত সংগ প্ৰদান কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷

লগতে চাওকঃ আৰক্ষীৰ অভিযানত জব্দ চাউলৰ লগতে গছৰ কুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.