ETV Bharat / state

ষ্টাফ কলেজত ইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক - মহানগৰীৰ খানাপাৰাস্থিত ষ্টাফ কলেজ

মহানগৰীৰ খানাপাৰাস্থিত ষ্টাফ কলেজত ইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক। মঙলবাৰে পুৱা ১১ বজাৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত ইউনিফাইড কমাণ্ডৰ বৈঠকখন অনুষ্ঠিত হয় ৷

ষ্টাফ কলেজত ইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jun 16, 2020, 9:13 PM IST

গুৱাহাটী, 16 জুনঃ ৰাজ্যৰ আইন শৃংখলাজনিত কেতবোৰ সমস্যাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ষ্টাফ কলেজত ইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । মঙলবাৰে পুৱা ১১ বজাৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ৷

ইউনিফাইড কমাণ্ডৰ বৈঠকখনত সেনাৰ চৰ্তুথ ক'ৰৰ জিঅ'চি,চি আৰ পি এফৰ মহাপৰিদৰ্শক,বি এছ এফৰ মহাপৰিদৰ্শক,এছ এছ বিৰ মহাপৰিদৰ্শক,এছ আই বিৰ উপ-সঞ্চালক, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত,আইন-শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ আৰু ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবও অংশগ্ৰহণ কৰে ।

দীৰ্ঘসময়ৰ অন্তত অনুষ্ঠিত হোৱাইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনৰ বৈঠকখনত বিদ্ৰোহী সংগঠন সমূহৰ গতিবিধিৰ লগত ৰাজ্যৰ নিৰাপত্তাজনিত বিষয়ৰ ওপৰতো আলোচনা কৰা হয় ৷

লগতে চাওকঃ দেশত ৩ লাখলৈ বৃদ্ধি পাইছে কোভিড-১৯ৰ নমুনা পৰীক্ষাৰ ক্ষমতাঃ স্বাস্থ্য মন্ত্ৰণালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.