ETV Bharat / state

কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ

author img

By

Published : Mar 4, 2021, 8:20 PM IST

আলফা স্বাধীনে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসমৰ এটা সংবাদ মাধ্যমে আলফা সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰিক লৈ অসন্তুষ্ট হৈছে সংগঠনটো ৷

কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ
কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ

নিউজ ডেস্ক, 4 মাৰ্চঃ কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই এক নতুন মোৰ লৈছে ৷ আলফা স্বাধীনে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসমৰ এটা সংবাদ মাধ্যমে আলফা সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰিক লৈ অসন্তুষ্ট হৈছে সংগঠনটো ৷ যাৰ বাবে সংবাদ মাধ্যমটোৰ দুগৰাকী সাংবাদিকক ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰো আহ্বান জনাইছে আলফা স্বাধীনে ৷

উল্লেখযোগ্য যে, সাংবাদিক দুগৰাকীয়ে ক্ষমা নোখোজা পৰ্যন্ত কুইপ’ৰ দুই বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ মুক্তি স্থগিত ৰাখিছে বুলি জনাইছে আলফা স্বাধীনৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ মহাজোঁটৰ আংশীদাৰ হ'ল জিম' ছায়া দেউৰী পিপুলছ পাৰ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.