ETV Bharat / state

ঝাড়ু লৈ পথ চাফা কৰা দুই যানবাহন আৰক্ষীক সম্বৰ্ধনা

author img

By

Published : Oct 12, 2019, 4:11 AM IST

হাতত ঝাড়ু লৈ পথ চাফা কৰি অনন্য নিদৰ্শন দাঙি ধৰে দুই যানবাহন আৰক্ষীয়ে ৷ এই ঘটনাৰ পিছতে সম্বৰ্ধনা জনালে মহানগৰ আৰক্ষী আয়ুক্তই ৷

ঝাড়ু লৈ পথ চাফা কৰা দুই যানবাহন আৰক্ষীক সম্বৰ্ধনা

গুৱাহাটী, 11 অক্টোবৰঃ হাতত ঝাড়ু লৈ পথ চাফা কৰি এক অনন্য নিদৰ্শন দাঙি ধৰে দুই যানবাহন আৰক্ষীয়ে ৷ 6 অক্টোবৰৰ নিশা মহানগৰীৰ দতালপাৰাত সংঘটিত এক পথ দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰিছিল দুই যান-বাহন আৰক্ষীয়ে ৷ ফটাশিল আমবাৰী থানাত কৰ্মৰত দুয়োজন আৰক্ষী বিষয়া ক্ৰমে অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰক এই ঘটনাৰ পিছতে সম্বৰ্ধনা জনালে মহানগৰ আৰক্ষী আয়ুক্তই ৷ স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই ব্যৱস্থাৰ বাবে দুয়োগৰাকীকে সম্বৰ্ধনা জনোৱা বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী আয়ুক্তই ৷

Intro:হাতত ঝাড়ু লৈ পথ চাফা যান–বাহন আৰক্ষীৰ : আৰক্ষীগৰাকীক সম্বৰ্ধনা আৰক্ষী আয়ুক্তৰBody:৬ অক্টোবৰৰ নিশা মহানগৰীৰ দঁতালপাৰাত এক দুৰ্ঘটনাৰ পিছতে হাতত ঝাড়ু লৈ পথ পৰিষ্কাৰ কৰিছিল দুই যান-বাহন আৰক্ষীয়ে। এই ঘটনাৰ পিছতে মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ দুই বিষয়াক সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই।

আৰক্ষী বিষয়াদুজন ক্ৰমে অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰ। ফটাশিল আমবাৰী থানাত কৰ্মৰত দুয়োজন আৰক্ষী বিষয়া।

স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই ব্যৱস্থাৰ বাবে দুয়োগৰাকীকে সম্বৰ্ধনা জনালে আৰক্ষী আয়ুক্তই।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.