ETV Bharat / state

চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ

বৃহস্পতিবাৰে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত চলিল পৰিবহন বিভাগৰ অভিযান ৷ আইন অমান্যকাৰী বাহনৰ বিৰুদ্ধে অধিক কঠোৰ কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ ৷

চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ
চিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ
author img

By

Published : Feb 20, 2020, 11:28 PM IST

গুৱাহাটী, 20 ফেব্ৰুৱাৰীঃ আইন অমান্যকাৰী বাহনৰ বিৰুদ্ধে এতিয়া অধিক কঠোৰ হৈছে, কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগ ৷ বৃহস্পতিবাৰে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত চলিল পৰিবহন বিভাগৰ অভিযান ৷ বিশেষকৈ চিটি বাছৰ দৌৰাত্ম্য ৰোধৰ বাবে তেজপুৰ, নগাঁও, মৰিগাঁও, কামৰূপৰ এটা বৃহৎ পৰিবহন বিভাগৰ দলে চলালে এই অভিযান ৷ নিয়মীয়াকৈ এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে মহানগৰ জিলা পৰিবহন বিষয়া অৰুণ বৰাই ৷ তাৰোপৰি আইন অমান্যকাৰী বাহনৰ পৰা জৰিমনা আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে বিষয়াগৰাকীয়ে ৷

লগতে পঢ়কঃ গৃহমন্ত্ৰী অমিত শ্বাহক আদৰাৰ উদ্দেশ্যে লখিমপুৰত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.