ETV Bharat / state

৩১ মাৰ্চলৈ যাত্ৰীবাহী সকলো বাহন বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

author img

By

Published : Mar 23, 2020, 2:43 AM IST

Updated : Mar 23, 2020, 9:09 AM IST

আগন্তুক ৩১ মাৰ্চলৈ বন্ধ কৰা হৈছে ৰাজ্যৰ যানবাহনৰ চলাচল

৩১ মাৰ্চলৈ বন্ধ কৰা হৈছে ৰাজ্যৰ যানবাহনৰ চলাচল

গুৱাহাটী,23 মাৰ্চ : কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেওবাৰে সকলো ধৰণৰ যাত্ৰীবাহী বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰে ৰাজ্য চৰকাৰে। আগন্তুক ৩১ মাৰ্চলৈ বন্ধ কৰা হৈছে যানবাহনৰ চলাচল। এই সময়চোৱাত কেৱল আপাতকালীন সেৱা,চৰকাৰী সেৱা বাহন,সামগ্ৰী কঢ়িওৱা বাহন আৰু ব্যক্তিগত বাহন চলাচল কৰিব পাৰিব। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

কোভিড-19 সংক্ৰমণত বাধা প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে,ৰাজ্য চৰকাৰসমূহৰ সৈতে হোৱা আলোচনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে দেশৰ 75 খন জিলা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মাৰাত্মক কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ ইয়াৰ লগতে আন্তৰাজ্যিক বাছ পৰিবহণ সেৱাও বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ অহা 31 মাৰ্চলৈ এইদৰে বন্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়কঃ গ' কৰ'ণা : এটা সন্ধ্যা জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ নামত.....

Last Updated : Mar 23, 2020, 9:09 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.