ETV Bharat / state

দ্বৈত ৰে’ল লাইন নিৰ্মাণৰ বাবে বহুকেইখন ৰে’ল বাতিল - বাতিল

16 খনকৈ ৰে’ল বাতিল কৰাৰ সিদ্ধান্ত ৷ দ্বৈত ৰে’ল লাইন নিৰ্মাণৰ বাবে বাতিল বহুকেইখন ৰে’ল ৷ পহিলা জুলাইৰ পৰা সলনি হ'ব উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সময়সূচী ৷

দ্বৈত ৰেল লাইন নিৰ্মাণৰ বাবে বহুকেইখন ৰেল বাতিল
author img

By

Published : Jun 30, 2019, 10:43 AM IST

গুৱাহাটী, 30 জুন : দ্বৈত ৰে’ল লাইন নিৰ্মাণৰ বাবে বাতিল কৰা হৈছে বহুকেইখন ৰে’ল ৷ গুৱাহাটী-মৰিয়নী ইন্টাৰচিটি এক্সপ্ৰেছ 3 জুলাইৰ পৰা 9 জুলাইলৈ, নাগালেণ্ড এক্সপ্ৰেছ 7 ৰ পৰা 8 জুলাইলৈ, বিজি এক্সপ্ৰেছ 7 ৰ পৰা 9 জুলাইলৈ বাতিল কৰা হৈছে । মুঠ 16 খনকৈ ৰে’ল বাতিল কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেয়ে ।

দ্বৈত ৰেল লাইন নিৰ্মাণৰ বাবে বহুকেইখন ৰেল বাতিল

ইফালে, পহিলা জুলাইৰ পৰা সলনি হ'ব উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সময়সূচী । প্ৰতিবছৰৰ নিয়ম অনুসৰি 5-30 মিনিট পৰ্যন্ত সময়সীমা সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেয়ে । দূৰণিবতীয়া লগতে সাধাৰণ ৰে’লকে ধৰি মুঠ 67 খন ৰে’লৰ সময়সূচী সলনি কৰা হৈছে । ইফালে, দ্বৈত ৰে’ল লাইন নিৰ্মাণ কৰি থকা বাবে বহুকেইখন ৰে’ল বাতিল কৰাৰ কথাও জনাই উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

Intro:১জুলাইৰ পৰা সলনি হ'ব উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ৰেলৰ সময়সূচী। প্ৰতিবছৰৰ নিয়ম অনুসৰি ৫-৩০ মিনিট পৰ্যন্ত সময়সীমা সাল-সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূৱ সীমান্ত ৰেলৱে। দুৰণীৱতীয়াৰ লগতে সাধাৰণ ৰেলকে ধৰি মুঠ ৬৭খন ৰেলৰ সময়সূচীৰ সলনি কৰা হৈছে। এই ক্ষেত্ৰত যাতে যাত্ৰীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বহুকেইখন ৰেলৰ গতি বৃদ্ধি কৰা হৈছে। ইফালে দ্বৈত ৰেল লাইন নিৰ্মাণ কৰি থকা বাবে বহুকেইখন ৰেল বাতিল কৰাৰ কথাও জনাই উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য। গুৱাহাটী-মৰিয়নী ইন্টাৰচিটি এক্সপ্ৰেছ ৩জুলাইৰ পৰা ৯জুলাইলৈ, নাগালেণ্ড এক্সপ্ৰেছ ৭ৰ পৰা ৮জুলাইলৈ, বিজি এক্সপ্ৰেছ ৭ৰ পৰা ৯তাৰিখলৈ বাতিল কৰা হৈছে। দ্বৈত ৰেল লাইন নিৰ্মাণৰ বাবে এনেদৰে মুঠ ১৬খনকৈ ৰেল বাতিল কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.