ETV Bharat / state

539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা

539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৷ টুইটাৰৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা ৷

author img

By

Published : May 25, 2020, 9:56 AM IST

Updated : May 25, 2020, 11:48 PM IST

539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা
539 গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, 25 মে': ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 539 গৰাকীলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য ৷

  • 📌Alert ~ 13 new cases of #COVID19+ reported. Swabs for testing taken before people sent for quarantine.

    7 Kamrup Metro, 6 Golaghat

    ↗️Total cases 539
    ↗️Recovered 62
    ↗️Active cases 470
    ↗️Deaths 04
    ↗️Migrated 03

    Update 10:10 pm/May 25#AssamCovidCount pic.twitter.com/y8ykdxsIPY

    — Himanta Biswa Sarma (@himantabiswa) May 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰে বিয়লি ভাগলৈ ৰাজ্যত 61গৰাকী কোভিড-19ত আক্ৰান্ত হোৱাৰ তথ্য টুইটাৰযোগে প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ইতিমধ্যে ৰাজ্যত 62 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে সক্ৰিয় হৈ আছে 470 গৰাকী লোক ৷ কোভিড-19ৰ ফলত অসমত মৃত্যু হৈছে 4গৰাকী লোকৰ ৷

Last Updated : May 25, 2020, 11:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.