ETV Bharat / state

বানৰ কৱলত ৰাজ্যৰ 25 খন জিলা

ৰাজ্যৰ 25 খনকৈ জিলা বানৰ কৱলত ৷ বৰ্তমানলৈ 14,06,711 গৰাকী লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত ৷ বিপদ সীমাৰ ওপৰত কেইবাখনো গাঁও ৷

বানৰ কবলত ৰাজ্যৰ 25 খন জিলা
author img

By

Published : Jul 13, 2019, 8:26 PM IST

গুৱাহাটী,13 জুলাই : ৰাজ্যত অব্যাহত বানৰ সংহাৰী ৰূপ ৷ বানৰ ফলত বৰ্তমানলৈকে নিহত হৈছে 6 গৰাকীকৈ ব্যক্তি । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ধেমাজি,লখিমপুৰ,বিশ্বনাথ,শোণিতপুৰ,দৰং,বাক্সা,বৰপেটা,নলবাৰী,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,মৰিগাঁও, নগাঁও,গোলাঘাট,মাজুলী,যোৰহাট,ডিব্ৰুগড়ৰ,হোজাই,গোৱালপাৰা,তিনিচুকীয়া,কামৰূপ,দক্ষিণ কাৰ্বি আংলং,কাছাৰ আৰু ধুবুৰী জিলাকে ধৰি ৰাজ্যৰ 25 খনকৈ জিলা বানৰ কৱলত পৰিছে ।

বানৰ কবলত ৰাজ্যৰ 25 খন জিলা

25 খন জিলাৰ মুঠ 14,06,711 গৰাকী লোক বৰ্তমানলৈকে বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । ব্ৰহ্মপুত্ৰ নদী বৰ্তমান যোৰহাট,শোণিতপুৰ,কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈছে । বুঢ়ীদিহিং নৈ ডিব্ৰুগড়ত,দিচাং নৈ শিৱসাগৰত,কপিলী নৈ নগাঁৱত,কাতাশাল নৈ হাইলাকান্দিত,কুছিয়াৰা নৈ কৰিমগঞ্জত,সোৱণশিৰী নৈ লখিমপুৰত,ধানশিৰী নৈ গোলাঘাটত,জীয়া ভৰালী নৈ শোণিতপুৰত আৰু বৰাক নৈ কাছাৰত বিপদ সীমাৰ ওপৰেদি বৈছে ।

Intro:ৰাজ্যত বানপানীৰ তাণ্ডত অব্যহত আছে। বানপানীৰ ফলত বৰ্তমানলৈকে নিহত হৈছে ৬ গৰাকীকৈ ব্যক্তি। বঢ়নী পানীয়ে প্লাবিত কৰিছে ন ন অঞ্চল।

Body:উজনিৰ পৰা নামনি লৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। বৰ্তমানলৈকে বানপানীৰ ফলত নিহত হৈছে ৬ গৰাকীকৈ ব্যক্তি।ওফন্দি উঠা ৰাজ্যৰ নদী সুমহৰ বঢ়নী পানীয়ে প্ৰতি মুহূৰ্ততে ন ন অঞ্চলত প্লাবিত কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট, ডিব্ৰুগড়ৰ, হোজাই, গোৱালপাৰা, তিনিচুকীয়া, কামৰূপ, দক্ষিণ কাৰ্বি আংলং, কাছাৰ আৰু ধুবুৰী জিলাকে ধৰি ৰাজ্যৰ ২৫খনকৈ জিলা বানৰ কবলত পৰিছে।
২৫খন জিলাৰ মুঠ ১৪,০৬,৭১১ লোক বৰ্তমানলৈকে বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে।

Conclusion:ব্ৰহ্মপুত্ৰ নদী বৰ্তমান যোৰহাট, শোণিতপুৰ, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈছে। বুঢ়ীদিহিং নৈ ডিব্রুগড়, দিচাং নৈ শিৱসাগৰ, কপিলী নৈ নগাঁও, কাতাশাল হাইলাকান্দি, কুছিয়াৰা নৈ কৰিমগঞ্জত, সোৱণশিৰী নৈ লখিমপুৰত, ধানশিৰী নৈ গোলাঘাট, জীয়া ভৰালী নৈ শোণিতপুৰ ত আৰু বৰাক নৈ কাছাৰত বিপদ সীমাৰ ওপৰেদি বৈছে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.