ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 18, 2021, 3:00 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

top10
মুখ্য সংবাদ

1. তুংগত উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ

বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন হে বাকী । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী সকলো । বৃহস্পতিবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নজৰুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

2. নাহৰকটীয়াৰত অজাপৰ নিৰ্বাচনী প্ৰচাৰ

নাহৰকটীয়াত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান । সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ সভা । প্ৰলোভন বহুত হ'ল এইবাৰ সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠা হওঁক আৰু জাতীয়তাবাদে অসমখন আগুৱাই নিয়ক বুলি মন্তব্য লুৰিণ জ্যোতি গগৈৰ ।

3. প্ৰাৰ্থিত্বৰ আশাত হেৰুৱালে চাকৰি, কোন এই বিশেষ প্ৰাৰ্থী ?

বিগত ২০১৪ চনৰ পৰা বিজেপি দলৰ সৈতে জড়িত হৈ দেহে কেহে কাম কৰা নাথুৰাম বাঢ়ৈক টিকটৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে নেতা গৰাকীয়ে ৷ বুধবাৰে এক সংবাদমেল যোগে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে নাথুৰাম বাঢ়ৈয়ে ৷

4. জিলা উপায়ুক্তৰ এখন পত্ৰক লৈ নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া

নলবাৰীত এইবাৰ নতুন সমস্যাৰ সন্মুখীন হব লগা হৈছে একাংশ চৰকাৰী কৰ্মচাৰী । শাৰীৰিক অসুস্থতাৰ বাবে নিৰ্বাচনী কৰ্তব্য পালনত অসমৰ্থ শিক্ষক-কৰ্মচাৰীক বলপূৰ্বক স্বেচ্ছামূলক অৱসৰ দিবলৈ ওলাইছে নলবাৰীৰ উপায়ুক্ত পুৰবী কোঁৱৰে । উপায়ুক্ত পূৰবী এই কাৰ্যই নলবাৰীত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ।

5. ডিব্ৰুগড়ৰ মেদেলা বনাঞ্চলত গড়ৰ আতংক

ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা পশ্চিম ৰাজহ চক্ৰ তথা খোৱাং বন সংমণ্ডলৰ অধীনৰ বনাঞ্চলখনৰ সমীপৰ গাওঁ সমূহত বিগত ৫-৬ দিনৰ পৰা গড়ৰ আতংকই বিৰাজ কৰিছে । বুঢ়ী দিহিং,চেঁচা আৰু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা বনাঞ্চল খনৰ চাপৰিত গো-পালক আৰু মহ-পালক সকলে প্ৰত্যক্ষ কৰি আহিছে গড়টো।

6. বনৰীয়া ম’হৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত এজন বৃদ্ধ

ৰূপহীহাটৰ জুৰীয়া বৰুণ গুৰীত বনৰীয়া ম’হৰ সন্ত্ৰাস ৷ বনৰীয়া ম'হৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত এজন গাওঁবাসী ৷

7. নগাঁৱত জব্দ ৫০লক্ষাধিক টকাৰ ব্ৰাউন চুগাৰ

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা । জব্দ কৰা হৈছে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ সহ এজন লোকক আটক কৰা হৈছে ৷

8. উত্তৰ ত্ৰিপুৰাত বিজেপি-চিপিএমৰ মাজত তীব্ৰ সংঘাত

নিৰ্বাচনৰ প্ৰাকক্ষণত বাওঁপন্থী দলৰ তৰফৰ পৰা কৰমচেৰা আৰু মাচমেৰা আসনত থকা প্ৰাৰ্থীসকলৰ সমৰ্থনত এক সমদল উলিওৱা হয় । এই সমদলৰ সময়তে বিজেপি আৰু চিপিএমৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । চিপিএম আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষৰ ফলত ১২ গৰাকীকৈ চিপিএম কৰ্মী আঘাতপ্ৰাপ্ত হয় ।

9. আগৰতলাত ২০ লাখ টকাৰ নিচাযুক্ত টেবলেট জব্দ

ত্ৰিপুৰাৰ আগৰতলাত ড্ৰাগছ সৰবৰাহৰে জড়িত ১৫ জন যুৱক আটক । আৰক্ষীৰ অভিযানত জব্দ ২০ লাখ টকা মূল্যৰ ব্ৰাউন ছুগাৰ, নিচাযুক্ত টেবলেট । লগতে আৰক্ষীয়ে জব্দ কৰে নগদ ৯ হাজাৰ টকা ।

10. আজি কৰিমগঞ্জলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ ভোটাৰক নিজ দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰতিটো ৰাজনৈতিক দলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.