ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP10 @ 5PM

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP10 @ 5PM
TOP10 @ 5PM
author img

By

Published : Aug 24, 2020, 5:00 PM IST

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ

জিলা উপায়ুক্তগৰাকীৰ দেহত নাছিল কৰ'ণাৰ কোনো লক্ষণইফালে ক'ভিডৰ এই সংকটৰ সময়চোৱাত সন্মূখৰ পৰা যুজ দি আছিল জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেদিনে নিশাই নিজৰ কৰ্তব্যত ব্যস্ত আছিল উপায়ুক্তগৰাকী

প্ৰতিবাদত উত্তাল হ’ল বৰঝাৰ বিমানবন্দৰ

সোমবাৰে চৰকাৰ বিৰোধী প্ৰতিবাদত উত্তাল হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ চৌহদ ৷ বিগত 19 আগষ্টত বৰঝাৰ বিমানবন্দৰসহ জয়পুৰ আৰু তিৰুৱানন্তপুৰম বিমানকোঠ ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰি আটক মালিক

গোলাঘাটৰ এৰেঙাপাৰত 21 আগষ্টত এজন বৃদ্ধ ব্যৱসায়ীক ৰডেৰে প্ৰহাৰ কৰে এখন দোকান গৃহৰ গৰাকীয়ে । হাতত ৰড লৈ দোকানত প্ৰৱেশ কৰি দোকানৰ চাটাৰ বন্ধ কৰিবলৈ দি দোকান গৃহৰ মালিকসহ তিনিজনে প্ৰহাৰ কৰে বৃদ্ধ ব্যৱসায়ীজনক

বৰ্তমানেও সংজ্ঞাহীন অৱস্থাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী

সোমবাৰেও একে অৱস্থাত আছে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ স্বাস্থ্য ৷ পূৰ্বৰ দৰে সোমবাৰেও ৰাষ্ট্ৰপতি গৰাকী সংজ্ঞাহীন হৈ থকা বুলি সদৰি কৰে Army's Research and Referral হাস্পতাল কৰ্তৃপক্ষই ৷

ৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

কংগ্ৰেছৰ কাৰ্যকৰী কমিটিৰ বৈঠকত নেতা সকলৰ পৰস্পৰৰ মাজত সংঘাত পোহৰলৈ আহিছে ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৈঠকত অভিযোগ উত্থাপন কৰে যে, ' যিসকলে এতিয়া চিঠি লিখিছে সেইসকল ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিলি আছে ৷ '

বাইহাটাৰ ডাকঘৰত চোৰৰ সন্ত্ৰাস

ৰাজ্যত জাৰি থকা সান্ধ্য আইনৰ সুৰ্বণ সুযোগ গ্ৰহণ কৰিছে চোৰে ৷ সাধাৰণতে সান্ধ্য আইনৰ বাবে নিৰাপত্তাৰক্ষীকো দেখা নাযায় ৰাজপথসমূহত ৷

লঘু বাহনৰ মালিকপক্ষৰ উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

লক্ ডাউনৰ পিছতে এতিয়া আনলকে বেমেজালি সৃষ্টি কৰিছে ব্যক্তিৰ জীৱনত ৷ একেদৰে সমস্যা সৃষ্টি হৈছে যাতায়াতৰ ক্ষেত্ৰতো ৷

কেনেকৈ সুস্থ ৰাখিব আপোনাৰ হৃদপিণ্ডক ?

হৃদপিণ্ড সম্বন্ধীয় ৰোগৰ বাবে বিশ্বজুৰি প্ৰত্যেক বছৰ মৃত্যু হয় লাখ-লাখ লোকৰ ৷ হৃপিণ্ডজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা লোকৰ সংখ্যা বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ তালিকাৰ শীৰ্ষত অৱস্থিত ৷

EIA 2020 বাতিলৰ দাবীত শিৱসাগৰত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ

অসমৰ প্ৰাকৃতিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা EIA 2020 খচৰা বাতিল কৰাৰ দাবীত শিৱসাগৰত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সোমাবাৰে শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত অসমীয়া যুৱ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা

অৱশেষত বহুদিনীয়া আশা পূৰণ হ’ল মহানগৰবাসীৰ ৷ সুদীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সোমবাৰে মহানগৰীত মুকলি হ’ল ৰোপৱে’ সেৱা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.